ক্ৰীড়া
ডিজিটেল ডেস্কঃ কিংবদন্তি ক্রিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰে তেওঁৰ ন্যাসৰ জৰিয়তে শিশুৰ কল্যাণৰ বাবে মেঘালয় চৰকাৰক সহায় কৰিব বুলি ঘোষণা কৰিছে।
গুৱাহাটী : ব্ৰঞ্জজয়ী লাভলীনা বৰগোঁহাইলৈ উপহাৰ হিচাপে ‘ৰেনল্ট’-এ আগবঢ়াইছে বিলাসী বাহন৷ অলিম্পিকত পদকজয়েৰে সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা লাভলীনালৈ ৰেনল্টৰ কাইগাৰ বাহন উপহাৰ দিয়ে। মহানগৰী ছয়মাইলস্থিত ৰেণ্টলৰ ইন্টেগ্ৰা শ্ব'ৰূমত অনুষ্ঠিত কৰা এক অনুষ্ঠানত প্ৰদান কৰা হয় বাহনখন।
কাইগাৰ হৈছে ভাৰতত বাবে ডিজাইন আৰু বিকশিত কৰা নতুন ছাব ফৰ মিটাৰ Compact SUV Car। বাহনখনৰ চাবি লাভলীনা বৰগোহাঁইৰ হাতত অৰ্পণ কৰে ৰেনল্টৰ বিক্ৰী আৰু বিপনন বিভাগৰ ভাইচ প্ৰেচিডেণ্ট সুধীৰ মালহোত্ৰাই।
এনেধৰণৰ উপহাৰেৰে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহ প্ৰদান কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে ‘ৰেনল্ট’-এ।
Leave A Comment