জীৱন শৈলী
আহমেদাবাদ : গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ইংলেণ্ড ৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ ৪ৰ্থ তথা অন্তিমখন টেষ্টত শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰত। মাত্ৰ ৪ৰাণৰ বাবে শতকবঞ্চিত হয় ৱাশ্বিংটন সুন্দৰ।
আৰু পঢ়িব পাৰিব : কংগ্ৰেছ ত্যাগৰ দিশে জ্যেষ্ঠ নেতা শৰৎ বৰকটকী : প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ সম্ভাৱনা
ঋশ্বভ পণ্টৰ ১০১ আৰু ৱাশ্বিংটন সুন্দৰৰ ৯৬ৰাণৰ সহায়ত ভাৰতে প্ৰথম ইনিংছত ৩৬৫ৰাণ সংগ্ৰহ কৰি ১৬০ৰাণৰ অগ্ৰগতি লাভ কৰে।
আৰু পঢ়িব পাৰিব : শুকুৰবাৰে ক’ভিডত মৃত্যু হয় ১০৮জনৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য !
আনহাতে, দ্বিতীয় ইনিংছ আৰম্ভ কৰি ইংলেণ্ডে বাতৰি লিখা পৰলৈ ইংলেণ্ডৰ স্ক'ৰ ৬উইকেটৰ বিনিময়ত ৬৫ৰাণ।
Leave A Comment