বিজ্ঞান আৰু প্ৰযুক্তি
ডিজিটেল ডেস্ক : নাছা আৰু স্পেচএক্সে শনিবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ মানৱবাহী অভিযান সফলতাৰে আৰম্ভ কৰে। যোৱা জুন মাহৰ পৰা মহাকাশ
শিৱসাগৰঃ শিৱসাগৰত অসাৰ গো-সুৰক্ষা আইন! শিৱসাগৰৰ মৰনৈকিনাৰত চোৰাং গৰু সৰবৰাহ কৰা এখন বাহন জব্দ। AS 04 G 0089 নম্বৰৰ গাড়ীখন গৰুসহ জব্দ কৰে মৰনৈকিনাৰ বাইলুংপথাৰৰ গাঁওৰক্ষী বাহিনীয়ে।
গাঁওৰক্ষী বাহিনীয়ে সোধা-পোছা কৰোতেই গাড়ী এৰি পলায়ন কৰে গাড়ীখনৰ চালকৰ লগতে অন্য এজন ব্যক্তি। কোনো বৈধ নথি-পত্ৰ দেখুৱাবলৈ সমৰ্থ নোহোৱাত চোৰাং গৰু বুলি নিশ্চিত হোৱাত আৰক্ষীক খবৰ দিয়ে গাঁওৰক্ষী বাহিনীয়ে।
শিৱসাগৰৰে এজন ব্যক্তি গৰুৰ চোৰাং ব্যৱসায়ী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে গাঁওৰক্ষী বাহিনীয়ে।
Leave A Comment