National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
মাজুলীঃ মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ বয়োজেষ্ঠ বৈষ্ণৱ তথা সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলাৰাম বৰা বৰগায়নৰ দেহাৱসান। মাজুলীৰ শালমৰাৰ কাণজান বাঘৰচুক গাঁৱত জন্মগ্ৰহণ কৰা বৈষ্ণৱগৰাকী ৫ বছৰ বয়সতে সত্ৰখনলৈ আহি সত্ৰৰ বৰগায়ন পদবীৰ লগতে ধানদিয়া ভঁৰালীৰ আসনটো সেৱা আগবঢ়াইছিল।
স্বহস্তে নৌকা নিৰ্মাণৰ কলাৰ লগতো জড়িত আছিল তেওঁ। ১০৪ বছৰ বয়সত বাদ্ধক্যজনিত কাৰণত আজি পুৱা মৃত্যু ঘটে বৈষ্ণৱগৰাকীৰ। ওৰেতো জীৱন উদাসীন জীৱন ধাৰণ কৰি সত্ৰীয়া সংগীতৰ লগতে নিজক জড়িত কৰি ৰখাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল।
Leave A Comment