• সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ'নাত

    আঞ্চলিক
    সতৰ্কতা ! গুৱাহাটীত দেওবাৰে ১৮৬জন আক্ৰান্ত কৰ'নাত

    গুৱাহাটী : ৰাজ্যত যোৱা ২৪ ঘণ্টাত ৩৫২ জন নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ ইয়াৰে কামৰূপ (ম) জিলাতে আক্ৰান্ত হয় ১৮৬ জন লোক৷ ডিব্ৰুগড় জিলাত ২৩, যোৰহাট জিলাত ১২ জন, নগাঁও জিলাত আক্ৰান্ত ১৮ জন, শোণিতপুৰতো আক্ৰান্ত ১৪ জন লোক৷





    আৰু পঢ়িব পাৰিব : দিল্লীৰ পৰিস্থিতি ‘বিপদজনক’ : কি ক’লে অৰবিন্দ কেজৰিৱালে?





    ইয়াৰ উপৰি ওদালগুৰি জিলাত ১৭ জন, কাছাৰ জিলাত ১০ জন আৰু কামৰূপ জিলাত আক্ৰান্ত হৈছে ১৩ জন লোক৷ দেওবাৰৰ দিনটোত অসমত কৰ’নাত মৃত্যু হয় এজনৰ৷





    আৰু পঢ়িব পাৰিব : নিৰ্মম : পত্নীক হত্যা কৰি পুতি থ’লে স্বামীয়ে





    তদুপৰি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা হেতুকে বহুকেইখন জিলাত ১৪৪ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে৷