• সন্ধানহীন মহানগৰীৰ যুৱক, সন্ধান পালে জনাওক পৰিয়ালক

    আঞ্চলিক
    সন্ধানহীন মহানগৰীৰ যুৱক, সন্ধান পালে জনাওক পৰিয়ালক

    ডিজিটেল ডেস্কঃ গুৱাহাটীৰ জোনাকীনগৰৰ পৰা সন্ধানহীন হৈছে এজন যুৱক। শুকুৰবাৰে পুৱাৰেপৰা সন্ধানহীন হৈছে অৰূপজ্যোতি পাঠক নামৰ যুৱকজন। পুৱা ৬ বজাত বজাৰলৈ গৈছিল তেওঁ।





    AS-01EF-2078 নম্বৰৰ বাহনখনেৰে গৈছিল বজাৰলৈ। পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।





    কোনো ব্যক্তিয়ে সন্ধান পালে 70865-24570ত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে।