International
Digital Desk : Prime Minister Narendra Modi on Saturday arrived in Kuwait for a 2-day visit. His visit will strengthen the India-Kuwait friendship across various sectors. He thanked the Gulf country and expressed
গুৱাহাটী : 'তুমিটো জানাই এই কবিৰ আৰু একো নাই..এটাই মাথোঁ কামিজ..তাৰো ছিগো-ছিগো চিলাই..প্ৰেম নিশ্চয় এনেকুৱাই আৱৰণ খুলি হৃদয় জুৰাই!'
সুগন্ধি পখিলাৰ কবি হিৰেণ ভট্টাচাৰ্যৰ আজি মৃত্যু বাৰ্ষিকী৷ কবি হীৰুদাৰ মৃত্যুতিথিত গুনমুগ্ধই স্মৰণ কৰে তেওঁক ৷ অসমীয়া কাব্য-সাহিত্যৰ স্মৰণীয় সত্ত্বা হীৰেন ভট্টাচাৰ্য৷ কবিতাৰ লগতে সমানে সমাদৃত হীৰুদাৰ বহু গীত৷ হীৰুদাৰ অনুপস্থিতিত উৰুঙা ‘স্নেহ-তীৰ্থ’৷ শব্দৰ খনিকৰক শ্ৰদ্ধাৰে সোঁৱৰণ কাব্য প্ৰেমীৰ৷ ‘শইচৰ পথাৰ মানুহ’, ‘ৰৌদ্ৰ কামনা’ আছিল হীৰুদাৰ কাব্যগ্ৰন্থ৷ ‘সুগন্ধি শিপা’, ‘তোমাৰ গান’ হীৰুদাৰ সমাদৃত কাব্য পুথি৷
Leave A Comment