• সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

    আঞ্চলিক
    সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

    গুৱাহাটী : সোণ আৰু নগদ ধন চুৰি কৰি আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা। মহানগৰীৰ ছয়মাইলৰ মনপ্পুৰম গোল্ড লোন বেংকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। গ্ৰেপ্তাৰ কৰা মহিলাগৰাকী সাতগাঁৱৰ বতাহঘূলিৰ মুন দাস।





    আৰু পঢ়িব পাৰিব : অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি…





    বতাঘূলিৰ নিবাসী ববিতা শইকীয়া নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা মুন দাসে চুৰ কৰিছিল সোণ আৰু নগদ ধন। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত সাতগাঁও আৰক্ষীয়ে অভিযান চলাই ছয়মাইলৰ মনপ্পুৰম গোল্ড লোন বেংকত মহিলাগৰাকীয়ে সোণ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে।





    আৰু পঢ়িব পাৰিব : দিল্লীৰ হিংসাৰ আঁৰত কোন এই দীপ সিন্ধু?





    ধৃত মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুডাল সোণৰ চেইন, দুটা আঙুঠি, দুপাত সোণৰ খাৰু, তিনিজোৰ কাণফুলি, দুটা ৰূপৰ মুদ্ৰাসহ নগদ প্ৰায় দহ হাজাৰ টকা।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor