ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়া
গুৱাহাটী : কাইলৈৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন এছঅ'পি৷ সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা, বোকাখাত ৷ কামৰূপ মেট্ৰ'ত ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ৷ গুৱাহাটীত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ হ'ব সান্ধ্য আইন৷
২১খন জিলাত বিয়লি ১ বজালৈ খুলিব দোকান-পোহাৰ৷ দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁৱত ৫ বজাৰ পৰা সান্ধ্য আইন৷ চিৰাং, ওদালগুৰি, হাইলাকান্দিত ৫ বজাৰ পৰা সান্ধ্য আইন৷ পশ্চিম কাৰ্বি আংলং, ডিমাহাছাওত ৫ বজাৰ পৰা সান্ধ্য আইন৷
Leave A Comment