• সোমবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন এছঅ'পি

    আঞ্চলিক

    গুৱাহাটী : কাইলৈৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন এছঅ'পি৷ সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন বিশ্বনাথ, মৰিগাঁও, গোৱালপাৰা, বোকাখাত ৷ কামৰূপ মেট্ৰ'ত ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ৷ গুৱাহাটীত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ হ'ব সান্ধ্য আইন৷

    ২১খন জিলাত বিয়লি ১ বজালৈ খুলিব দোকান-পোহাৰ৷ দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁৱত ৫ বজাৰ পৰা সান্ধ্য আইন৷ চিৰাং, ওদালগুৰি, হাইলাকান্দিত ৫ বজাৰ পৰা সান্ধ্য আইন৷ পশ্চিম কাৰ্বি আংলং, ডিমাহাছাওত ৫ বজাৰ পৰা সান্ধ্য আইন৷

    Weather Forecast