• স্থগিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা !

    আঞ্চলিক
    স্থগিত হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা !

    গুৱাহাটী : ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ বাবে আজি পিছুৱালে দুটাকৈ চূড়ান্ত পৰীক্ষা৷ অহা ১১মে'ৰ পৰা অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা স্থগিত ৰাখে৷ বিভাগীয় কৰ্তৃপক্ষই পৰীক্ষাৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰিব৷





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনোত্তৰ হিংসাত জৰ্জৰিত বংগ, মমতাৰ শান্তিৰ আহ্বান, বিজেপিৰ প্ৰতিবাদ





    ২০২১বৰ্ষৰ মেট্ৰিক পৰীক্ষা দুই-এদিনৰ ভিতৰতে দিব পৰীক্ষাৰ নতুন তাৰিখ৷ এই কথা জানিবলৈ দিয়ে 'ছেবা'ৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে৷





    আৰু পঢ়িব পাৰিব : নিৰ্বাচনৰ ফলাফল ওলাল, পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম…





    ইয়াৰ উপৰি ক'ভিডৰ বাবে ১১ মে'ত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাও পিছোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷ মে' মাহৰ শেষৰ ফালে পৰীক্ষাৰ পৰৱৰ্তী নতুন সময় সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে। যদি পৰিস্থিতি অধিক অৱনতি ঘটে অনলাইনযোগে পৰীক্ষা অনুষ্ঠিত কৰাৰো চিন্তা চৰ্চা কৰি আছে বুলি জানিবলৈ দিয়ে৷  অৱশ্যে কাউঞ্চিলে সেয়া পৰিস্থিতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰিব। ছাত্ৰ ছাত্ৰী সকলক হতাশ নোহবলৈ আহ্বান।