Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
হোজাই : হোজাইৰ ভীমৰ আলি গাঁৱত গাঁওৰক্ষী বাহিনীৰ সম্পাদকে এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সৈতে অবৈধ সম্পৰ্ক কৰি মাতৃত্বৰ বোজা দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
আৰু পঢ়িব পাৰিব : অবৈধ ড্ৰাগছসহ সৰবৰাকাৰীক আটক!
১৫ বছৰীয়া কিশোৰীগৰাকী লগত বহুদিন ধৰি অবৈধ সম্পৰ্ক স্থাপন কৰি আহিছিল ভীমৰ আলিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ইমৰান হুছেইনে। সমাজৰ ৰক্ষক হিচাপে থাকি ভক্ষকৰ ৰূপ ধাৰণ কৰা লোকজনে কিশোৰীগৰাকীৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিলে।
আৰু পঢ়িব পাৰিব : বিত্তীয় অনিয়মৰ অভিযোগ সঁচা নেকি? পুনৰ ন্যায়ালয়ত ‘ৰাফেল’
অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা নাবালিকাগৰাকীক ভুৱা প্ৰেমৰ দোহাই দি শাৰীৰিক শোষণ কৰি অহাৰ কথা কিশোৰীগৰাকীৰ বৃদ্ধা মাতৃৰ পৰা ইমানদিনে লুকুৱাই ৰাখিছিল। স্থানীয় ৰাইজে এই নিন্দনীয় ঘটনাৰ উচিত বিচাৰৰ দাবী জনাইছে।
Leave A Comment