• হোজাইৰ শংকৰদেৱ নগৰত সাংবাদিকক আক্ৰমণ

    আঞ্চলিক
    হোজাইৰ শংকৰদেৱ নগৰত সাংবাদিকক আক্ৰমণ

    হোজাইঃ হোজাই জিলাৰ সদৰ শংকৰ দেৱ নগৰত ভোটগণনাৰ দিনটোতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে লামডিং সমষ্টিৰ বিজেপিৰ বিধায়কৰ সমৰ্থকে এজন সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।





    আৰু পঢ়িব পাৰিব নন্দীগ্ৰামত পৰাজিত হোৱা সত্ত্বেও মমতা বেনাৰ্জী পশ্চিম বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব পাৰে, কেনেকৈ?





    ভোটগণনা চলি থকাৰ সময়ত অধিক লোকৰ সমাগম হোৱাত আৰক্ষীয়ে ছত্ৰভংগ দিয়া অৱস্থাত চিন্ময় দেৱে ভিডিঅ’ সংগ্ৰহ কৰাৰ বাবে মুন্না নামৰ বিজেপিৰ কৰ্মী এজনে আৰক্ষীৰ সন্মুখতে দৌৰাই দৌৰাই প্ৰহাৰ কৰাৰ ঘটনাক লৈ হোজাই জিলাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।





    আৰু পঢ়িব পাৰিব তামলিনাডুত থকাসৰকা বিজেপিঃবিশাল জয়ৰ দিশে ডিএমকে-কংগ্ৰেছ জোঁট





    এতিয়া প্ৰশ্ন হয় মুন্না নামৰ বিজেপি কৰ্মীজনৰ বিৰুদ্ধে বিধায়ক শিবু মিশ্ৰ অথবা আৰক্ষীয়ে ল’বনে কিবা ব্যৱস্থা, সেয়াহে হ’ব লক্ষ্যণীয়।