• ১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন...

    আঞ্চলিক

    দেৰগাঁও : দেৰগাঁৱত সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে ১৮ লাখ টকাৰ জালনোট৷ ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰে ধীৰাজ আহমেদ আৰু জয়ন্ত শইকীয়া নামৰ দুজন লোকক৷

    আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…

    দেৰগাওঁ চহৰৰ মাজমজিয়াৰ ' ব্লু ষ্টাৰ ' নামৰ এখন ল’জত গুৱাহাটীৰ S.T.F ( Special Trucks Force ) ৰ এটা দল আৰু দেৰগাঁও আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমানৰ জাল নোটখিনি৷ তথ্য অনুসৰি ' ব্লু ষ্টাৰ ' ল’জৰ পৰাই ধৃত ব্যক্তি দুজনে অন্য ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ৷

    আৰু পঢ়িব পাৰিব : অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন

    ধৃত দুয়োজনক নিশাই আৰক্ষীয়ে জেৰাৰ বাবে লৈ যায় গুৱাহাটীলৈ৷

    Weather Forecast