• ১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন...

    আঞ্চলিক
    ১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন...

    দেৰগাঁও : দেৰগাঁৱত সোমবাৰে নিশা আৰক্ষীয়ে চলোৱা অভিযানত জব্দ কৰে ১৮ লাখ টকাৰ জালনোট৷ ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰে ধীৰাজ আহমেদ আৰু জয়ন্ত শইকীয়া নামৰ দুজন লোকক৷





    আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…





    দেৰগাওঁ চহৰৰ মাজমজিয়াৰ ' ব্লু ষ্টাৰ ' নামৰ এখন ল’জত গুৱাহাটীৰ S.T.F ( Special Trucks Force ) ৰ এটা দল আৰু দেৰগাঁও আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে এই বৃহৎ পৰিমানৰ জাল নোটখিনি৷ তথ্য অনুসৰি ' ব্লু ষ্টাৰ ' ল’জৰ পৰাই ধৃত ব্যক্তি দুজনে অন্য ঠাইলৈ সৰবৰাহ কৰিবলৈ যো-জা চলাইছিল নকল টকাসমূহ৷





    আৰু পঢ়িব পাৰিব : অপৰাধীৰে মিতিৰালি কৰি লকআপত সোমাল কাৰাগাৰৰ ৱাৰ্ডেন





    ধৃত দুয়োজনক নিশাই আৰক্ষীয়ে জেৰাৰ বাবে লৈ যায় গুৱাহাটীলৈ৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor