স্বাস্থ্য
ডিজিটেল ডেস্কঃ গৰমৰ দিনত মানুহে তিয়ঁহ খাই ভালপায়। গৰমৰ দিনত তিয়ঁহৰ ৰস আপোনাৰ শৰীৰৰ বাবে অতি স্বাস্
গোৱালপাৰা : ৰংজুলিৰ ৰৌমাৰীত দেওবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ড৷ অলী কছাৰী নামৰ এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজ মাছাৰীক।
আৰু পঢ়িব পাৰিব : মছজিদত অচিনাক্ত ১৫জনীয়া দল প্ৰৱেশ কৰি পঢ়িলে নামাজ !
ইপিনে এই হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰা হত্যাকাৰী অলী কছাৰীক আজি পুৱা দৰংগিৰিৰ কাচাদলৰ পৰা আটক কৰিলে ৰংজুলি আৰক্ষীয়ে।
আৰু পঢ়িব পাৰিব : মুম্বাইত সমবেত প্ৰতিবাদী কৃষকৰ দল, বৃহত্ প্ৰতিবাদী সমদলৰ পৰিকল্পনা
সম্প্ৰতি ৰংজুলি আৰক্ষী থানাৰ লকআপত হত্যাকাৰী অলী কছাৰী। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰংজুলিত। হত্যাকাৰী অলী কছাৰীৰ ফাঁচিৰ দাবী কৰিছে ৰাইজে।
Leave A Comment