আঞ্চলিক
ডিজিটেল ডেস্কঃ শনিবাৰে গোণ্ডল মীট যোগে সন্ধিয়া ৬ বজাত অসম লেখিকা সমাজৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন সভা পদুমী গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। সভাত কেই
শিৱসাগৰঃ অসম চৰকাৰে ৰূপায়ণ কৰা গো-সুৰক্ষা আইনৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কেইবা শতাধিক পশুপালকে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ গো-পালকসকল একত্ৰিত হৈ শিৱসাগৰ ষ্টেচন চাৰিআলি সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উপায়ুক্ত কাৰ্যালয়লৈ বিশাল সমদল উলিয়ায়।
পশু তথা গো-পালকসকলে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ লৈ ‘গো-সুৰক্ষা আইন বাতিল কৰক, গো-পালকসকলক ভাতেমৰা কাৰ্য বন্ধ কৰক’- আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
ইয়াৰ পাছতে উক্ত আইন বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে গো-পালকসকলে।
Leave A Comment