• ৰাজ্যজুৰি অব্যাহত কৰ’নাৰ সংক্ৰমণঃ পুনৰ আক্ৰান্ত ২,০৪৬

    আঞ্চলিক

    গুৱাহাটীঃ ৰাজ্যজুৰি অব্যাহত আছে কৰ’নাৰ ভয়াৱহ সংক্ৰমণ। বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ আক্ৰান্ত হৈছে ২,০৪৬জন লোক। কালিৰ দিনটোত মৃত্যু হয় ২২ জন লোকৰ। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ১.৫৪ শতাংশ।

    গোলাঘাটত সৰ্বাধিক ২২৮ জন লোক আক্ৰান্ত হৈছে। গুৱাহাটীত কালি আক্ৰান্ত হয় ২০৭ জন লোক। শিৱসাগৰত ১২২, লখিমপুৰত ১১৫ জন আক্ৰান্ত হয়। যোৰহাটত ১০০জন আক্ৰান্ত হোৱাৰ লগতে শোণিতপুৰত ১০৬ জন লোক আক্ৰান্ত হয়।

    Weather Forecast