• ৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ: সৰ্বাধিক আক্ৰান্ত কামৰূপ মেট্ৰ'ত

    আঞ্চলিক
    ৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ: সৰ্বাধিক আক্ৰান্ত কামৰূপ মেট্ৰ'ত

    • ৰাজ্যত অব্যাহত কৰ'নাৰ সংক্ৰমণ
    • কালিৰ দিনটোত আক্ৰান্ত হয় ৫৬২জন লোক
    • কামৰূপ মেট্ৰ'ত আক্ৰান্ত হয় ১১৫জন হয়
    • বৰ্তমানেও অসমত চিকিৎসাধীন হৈ আছে ৬,৩৪৩জন
    • বৃহস্পতিবাৰে ৰাজ্যত মৃত্যু হয় ১১জন
    • তাৰ বিপৰীতে আৰোগ্য লাভ কৰে ৭৭৬জনে