Breaking News
Firefighters are allegedly having difficulty evacuating everyone inside the hotel, including women and children.
Digital Desk: A major fire broke out at the Papaya Tree Hotel in Indore On Wednesday morning. Visitors and
গুৱাহাটী : ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ৷ বৃহস্পতিবাৰে ৰাজ্যত আক্ৰান্ত হয় ৮৮৬ জন লোক৷ গুৱাহাটীত কালি আক্ৰান্ত হয় ১৬১ জন৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মৃত্যু হয় ১৪ জন৷ কালিৰ দিনটোত ১০১,৬৬৮জনৰ দেহত ক'ভিড টেষ্ট কৰা হয়৷ তাৰভিতৰত বৰপেটাত ৭২জন আক্ৰান্ত হয়, গোলাঘাটত ৫০ জন আক্ৰান্ত হয়, কামৰূপ গাম্যত আক্ৰান্ত ৪৬ জন৷
ডিব্ৰুগড়, ওদালগুৰি, কামৰূপ মে'ট্ৰত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হয় ২জনকৈ লোকৰ৷ কাছাৰ, কামৰূপ গাম্য, ধুবুৰী, কোকৰাঝাৰ আৰু নগাঁৱত এজনকৈ লোকৰ মৃত্যু হয়৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ৯,৪৭২জন লোক৷ তাৰবিপৰীতে আৰোগ্য লাভ কৰিছে ১০৯৮জনে৷
Leave A Comment