• ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,২৯৯ জনকৈ লোক

    আঞ্চলিক
    ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : আক্ৰান্ত হয় ১,২৯৯ জনকৈ লোক

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ কালিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় ১,২৯৯ জনকৈ লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,২৮,৬৮৪ জনৰ দেহত ক'ভিড টেষ্ট কৰা হয়৷





    তাৰ ভিতৰত কামৰূপ মেট্ৰ'ত আক্ৰান্ত হয় ১৮৪ জন, লখিমপুৰত আক্ৰান্ত হয় ১০৮জন, গোলাঘাটত আক্ৰান্ত হয় ৯১জন লোক, ডিব্ৰুগড়ত আক্ৰান্ত হয় ৭০জন৷





    ৰাজ্যত ২৪ ঘণ্টাত মৃত্যু হয় ২০ জনৰ৷ বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ১২,৭৬৭জন৷ বৃহস্পতিবাৰৰ দিনটোত আৰোগ্যৰ হাৰ হৈছে ৯৬.৫৭ শতাংশ৷ তাৰবিপৰীতে সংক্ৰমণৰ হাৰ ১.০১ শতাংশ আছিল৷