ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়া
গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ কালিৰ দিনটোত অসমত মুঠ ২,৬৪০ জন আক্ৰান্ত হয়৷ মহানগৰীত কালি আক্ৰান্ত মুঠ ১৭২ জন৷ ৰাজ্যত মৃত্যুক সাবটিলে ৩৩ জনে৷ কালি ১২৭৮৮৭ ব্যক্তিৰ ক’ভিড টেষ্ট সম্পন্ন হয়৷ শনিবাৰে পজিটিভিটীৰ হাৰ ২.০৬ শতাংশ আছিল৷ তাৰে ভিতৰত গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৬৬জন লোক, শোণিতপুৰত মুঠ ২৩৭জন আক্ৰান্ত হয়৷ যোৰহাটত আক্ৰান্ত হয় ১৭৫ জনৰ৷
Leave A Comment