• ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত : পজিটিভিটীৰ হাৰ ২.০৬ শতাংশ

    আঞ্চলিক

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ কালিৰ দিনটোত অসমত মুঠ ২,৬৪০ জন আক্ৰান্ত হয়৷ মহানগৰীত কালি আক্ৰান্ত মুঠ ১৭২ জন৷ ৰাজ্যত মৃত্যুক সাবটিলে ৩৩ জনে৷ কালি ১২৭৮৮৭ ব্যক্তিৰ ক’ভিড টেষ্ট সম্পন্ন হয়৷ শনিবাৰে পজিটিভিটীৰ হাৰ ২.০৬ শতাংশ আছিল৷ তাৰে ভিতৰত গোলাঘাটত আক্ৰান্ত হয় মুঠ ২৬৬জন লোক, শোণিতপুৰত মুঠ ২৩৭জন আক্ৰান্ত হয়৷ যোৰহাটত আক্ৰান্ত হয় ১৭৫ জনৰ৷

    Weather Forecast