National
The disaster left some 230000 people dead in 15 countries including Indonesia, Sri Lanka, India, the Maldive
গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ হ্ৰাস৷ ১হাজাৰৰ তলত আক্ৰান্ত হয় অসমত৷ কালিৰ দিনটোত আক্ৰান্ত হয় ৯৮৬ জন৷ তাৰ ভিতৰত বৰপেটাত ৬৯জন, গোলাঘাটত ৫৪জন, ডিব্ৰুগড়ত৩৪জন, বিশ্বনাথত ৩৫ জন, যোৰহাটত ৩৮ জন, কামৰূপত ৪৪ জন, শোণিতপুৰত ৪৫ জন, নলবাৰীত ৬৫ জন, মাজুলীত ১৫ জন, শিৱসাগৰত ৫১জন, নগাঁৱত ৪৬জন, কাছাৰত ২৪জন আক্ৰান্ত হয়৷
শনিবাৰৰ দিনটোত ৰাজ্যত ১,১৮,৯০২জনক ক'ভিড টেষ্ট কৰা হয়৷ কৰ’নাৰ পৰা মুক্ত হোৱা নাই গুৱাহাটী মহানগৰীও৷ কালি গুৱাহাটীত আক্ৰান্ত হয় ১৫৯ জন৷ শনিবাৰৰ দিনটোত ৰাজ্যত মৃত্যু ১৫ জন৷ আনহাতে আৰোগ্য লাভ কৰে ১০৫৭জনে ৷ তাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ১০,২৮৬জনে৷
Leave A Comment