ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়া
গুৱাহাটী : কাইলৈ প্ৰকাশ পাব নতুন এচ অ'পি৷ ৰাজ্যত ২২০টা হটস্পট চিহ্নিত কৰিছে স্বাস্থ্য বিভাগে৷ আজি জিলা উপায়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত এখন বৈঠকত মিলিত হ'ব৷ ভিডিঅ’ কনফাৰেন্সযোগে হ'ব এই বৈঠকখন৷
লকডাউন অথবা কণ্টেইনমেণ্ট সন্দৰ্ভত ল’ব সিদ্ধান্ত৷ হটস্পট হিচাপে চিহ্নিত অঞ্চল হ’ব কণ্টেইনমেণ্ট জ’ন৷ সমগ্ৰ জিলাটো হ’ব পাৰে লকডাউন৷ গোলাঘাট, বিশ্বনাথ, কাছাৰত কমা নাই সংক্ৰমণ৷ ডিব্ৰুগড়, তিনিচুকীয়া জিলাতো তীক্ষ্ণ নজৰ চৰকাৰৰ৷
Leave A Comment