আন্তঃৰাষ্ট্ৰীয়
শোণিতপুৰ : পুনৰ বুধবাৰে নিশা হোৱা তিনিটাকৈ মৃদু ভূমিকম্পৰ জোঁকাৰণিয়ে আতংকিত কৰে ৰাজ্যবাসীক৷ নিশা অহা ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰত ৫.২ প্ৰাবল্যৰ কম্পন অনুভূত হয়৷
আৰু পঢ়িব পাৰিব : আজি আনুষ্ঠানিক আত্মসমৰ্পণৰ সম্ভাৱনা জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ !
বুধবাৰে পুৱাৰ ভূমিকম্পই ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি কৰাৰ পাছতে নিশা অহা ভূঁইকঁপে আতংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ বুধবাৰৰ ভূমিকম্পত ক্ষতিসাধন হৈছিল মহানগৰ কেইবাটাও অট্টালিকা, পথাৰত, ৰাস্তা-ঘাট আদিৰ। বিভিন্ন ঠাইত ফাঁট মেলাৰ লগতে ভূগৰ্ভৰ পৰা পানী ওলাই অহাও পৰিলক্ষিত হৈছিল।
আৰু পঢ়িব পাৰিব : ২০ খন টেম্পোক ক’ভিড এম্বুলেন্সলৈ ৰূপান্তৰ ব্যৱসায়ীৰ!
ভূমিকম্পত আতংকিত হৈ কেইবাজন লোক আহত হোৱাৰ লগতে দুজনকৈ লোকৰ পানীত বুৰি মৃত্যু ঘটে৷ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ।
Leave A Comment