• ৰাজ্যত হ্ৰাস কৰ’নাৰ সংক্ৰমণ : আক্ৰান্ত হয় ৯৮৯ জন

    আঞ্চলিক
    ৰাজ্যত হ্ৰাস কৰ’নাৰ সংক্ৰমণ :  আক্ৰান্ত হয় ৯৮৯ জন

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ অব্যাহত৷ বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় ৯৮৯ জন লোক৷ কালি ১০৭,২৮৫জন লোকক ক'ভিড টেষ্ট কৰা হয়৷ তাৰ ভিতৰত গুৱাহাটীত কালি আক্ৰান্ত হয় ১৬০ জন৷





    কামৰূপ গ্ৰাম্যত আক্ৰান্ত হয় ৬৬জন, গোলাঘাটত আক্ৰান্ত হয় ৫৫জন, নলবাৰীত আক্ৰান্ত হয় ৫০জন৷ কালিৰ দিনটোত অসমত মৃত্যু হয় ১৯ জনৰ৷





    শনিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ০.৯২ শতাংশ৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১১,৯৭৫ জন৷ কালিৰ দিনটোত আৰোগ্য লাভ কৰে ১৪৮০জন লোক৷