Regional
Amitabh Sharma, a spokesperson for Indian Railways, stated on June 3 that the rescue operations at the terrible triple train collision scene...
গুৱাহাটীঃ ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। চাহ শ্ৰমিকক এমজিএনৰেগাৰ আঁচনিৰে কাম দিয়াৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। গাঁওসমূহত উদ্যান স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। গোলাঘাট-সৰুপথাৰৰ খৰাংপীড়িত অঞ্চলসমূহ চিহ্নিত কৰা হৈছে।
যোগেন মহন, অশোক সিংঘলক সেই অঞ্চললৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। সাহায্য দিয়াৰ বাবেও ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। এমাহৰ বাবে অনলাইনত উপলব্ধ হ’ব সুৰা। ক’ভিডৰ বাবে পৰীক্ষামূলকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১০০ বছৰ পুৰণি ঘৰক ঐতিহাসিক ভৱনৰ স্বীকৃতি প্ৰদানৰো সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে।
Leave A Comment