National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটীঃ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি বিশেষ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ভাগ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। সকলো বিজেপি বিধায়ক-মন্ত্ৰীক লৈ এই বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কেৱল ভিডিঅ’ জাৰ্নেলিষ্টসকলকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে।
সাংবাদিকক প্ৰৱেশ কৰিবলৈ দিয়া নাই বন্ধ কোঠাৰ বৈঠকত। ‘বিধায়ক, মন্ত্ৰীক আদৰিবৰ বাবেহে এই বৈঠকৰ আয়োজন কৰা হৈছে’-বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্তব্য আগবঢ়াইছে সাংবাদিকৰ সন্মুখত।
‘গো-সুৰক্ষা আইন’ৰ ওপৰত আলোচনা নহয় বুলি কৌশলীগতভাৱে মন্তব্য আগবঢ়াইছে ভৱেশ কলিতাই।
Leave A Comment