• ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ চিকিৎসক আক্ৰান্ত কৰ'নাত

    আঞ্চলিক
    ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ চিকিৎসক আক্ৰান্ত কৰ'নাত

    গুৱাহাটী : গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কেইবাজনো চিকিৎসক আক্ৰান্ত কৰ'না ভাইৰাছত৷ শৈল্য বিভাগৰ মূৰব্বী অধ্যাপক আক্ৰান্ত হৈছে কৰ’নাত৷ অধ্যাপকজন হৈছে ডাঃ পুৰজিৎ চৌধুৰী৷





    আৰু পঢ়িব পাৰিব : বন মাফিয়াৰ তাণ্ডৱঃ আত্মৰক্ষাৰ বাবে গুলী বনকৰ্মীৰ





    আন কেইবাজনো জ্যেষ্ঠ চিকিৎসক আক্ৰান্ত হৈছে কৰ’নাত৷ আনহাতে বৰপেটা মেডিকেল কলেজ হাস্পতালতো কৰ’নাত আক্ৰান্ত হৈছে উপ-অধীক্ষক ডাঃ হৰ্ষজিৎ পাঠক৷





    আৰু পঢ়িব পাৰিব : ক’ভিড চিকিৎসাৰ বাবে সাজু জিএমচিএইচঃ অসুবিধাত নপৰে সাধাৰণ ৰোগীও





    ক’ভিডৰ দুয়োটা ভেকচিন লৈয়ো তেওঁ আক্ৰান্ত হৈছে কৰ’নাত৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰে পৰা শৌচ-প্ৰসাৱজনিত ৰোগ ভুগি আছিল তেওঁ৷ অৱশেষত কৰ'না পৰীক্ষা কৰাত ভাৰইৰাছবিধৰ উপস্থিতিয়ে দেখা দিয়ে শৰীৰত।