• ৰাজ্যৰ ক্ৰীড়াবিদলৈ সুখবৰ, পদক অৰ্জনকাৰীলৈ চৰকাৰী পদবী

    আঞ্চলিক
    ৰাজ্যৰ ক্ৰীড়াবিদলৈ সুখবৰ,  পদক অৰ্জনকাৰীলৈ চৰকাৰী পদবী

    গুৱাহাটীঃ ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অৰ্জনকাৰী ক্ৰীড়াবিদসকলৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ অসম চৰকাৰৰ। ৰাষ্ট্ৰীয় খেলত পদক জয়ী ক্ৰীড়াবিদক নিযুক্তি দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ। এছিয়ান গেমছ, কমনৱেলথ গেমছত পদক জয়ী সকলো ক্ৰীড়াবিদক এতিয়াৰেপৰা চৰকাৰী পদবী প্ৰদানৰ আশ্বাস অসম চৰকাৰৰ।





    বিধানসভাত এই ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য য়ে, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ এনে সৰ্বব্যাপক আৰু প্ৰগতিশীল আঁচনি প্ৰশংসনীয় আৰু প্ৰয়োজনীয়তাও। অসম চৰকাৰ এনে জনকল্যাণকামী পদক্ষেপে ক্ৰীড়াবিদসকলক স্বাভাৱিকতে উত্সােহিত কৰি তুলিছে।