• শোকাৱহ! বাছৰ পৰা বাগৰি থিতাতে নিহত এজন বিবাহযাত্ৰী

    আঞ্চলিক
    শোকাৱহ! বাছৰ পৰা বাগৰি থিতাতে নিহত এজন বিবাহযাত্ৰী
    ডিজিটেল ডেস্কঃ মানকাচৰৰ কাকৰীপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দূৰ্ঘটনাত থিতাতে নিহত হয় এজন বিবাহ যাত্ৰী।

    বিবাহ যাত্ৰী বাহনৰ পৰা বাগৰি পৰি বাছৰ চকাৰ তলত পৰি সংঘটিত হয় এই দূৰ্ঘটনা। নিশা প্ৰায় ১০ বজাত ML08F8991 নম্বৰৰ আল্ট্ৰা বাছ এখনে মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ পৰা মানকাচৰ অভিমূখে বিবাহযাত্ৰী লৈ আহি আছিল।

    এনে সময়তে মানকাচৰৰ কাকৰীপাৰাত বাছৰ পৰা বাগৰি পৰি এজন বিবাহযাত্ৰী থিতাতে নিহত হয়। পথৰ অতি জৰাজীৰ্ণ অৱস্থাৰ বাবে বাছৰ পৰা এজন বিবাহ যাত্ৰী বাগৰি পৰি এনে দূৰ্ঘটনা হৈছে বুলি জানিব পৰা গৈছে।

    দূৰ্ঘটনাত থিতাতে মৃত্যুক আকোঁৱালি লোৱা লোকজনৰ নাম গিৰি দাস। দূৰ্ঘটনা সংঘটিত হোৱাৰ কিছু মহুৰ্তৰ পিছত মানকাচৰ আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত কৰাৰ লগতে দূৰ্ঘটনাত নিহত লোকজনক উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে যো-জা চলাইছে বুলি জানিব পৰা গৈছে।
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online