• বান-খহনীয়া সমস্যাৰ সমাধানৰ বাবে বিশেষজ্ঞৰ সৈতে বৈঠক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

    আঞ্চলিক
    বান-খহনীয়া সমস্যাৰ সমাধানৰ বাবে বিশেষজ্ঞৰ সৈতে বৈঠক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ
    ডিজিটেল ডেস্ক :  অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি জনতা ভৱনস্থিত নিজা কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় এখন গুৰুত্বপূর্ণ বৈঠকত অধ্যক্ষতা কৰে। আইআইটি গুৱাহাটীৰ অধ্যাপক ৰাজীৱ ভট্টাচাৰ্য আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক বিভাষ শৰ্মাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু আন অভিযন্তাসকলৰ সৈতে কমলপুৰ সমষ্টিৰ কলাজল নৈৰ বান নিয়ন্ত্ৰণৰ উপায় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে।  

    বিশেষজ্ঞ দুগৰাকীৰ পৰা মন্ত্ৰী হাজৰিকাই কলাজল নৈৰ বান নিয়ন্ত্ৰণৰ উপায়ৰ বিষয়ে জানিব বিচৰাত প্ৰাথমিক অধ্যয়নৰ ফলস্বৰূপে তেওঁলোকে কলাজলত মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত কাৰিকৰী সমস্যা থকাৰ কথা উল্লেখ কৰে। কিন্তু নৈপৰীয়া ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ পৰা তেওঁলোকক সকাহ দিব পৰাকৈ বিভাগে কৰিব পৰা কামৰ বিষয়ে মন্ত্ৰী হাজৰিকাই তেওঁলোকক জনাবলৈ আহ্বান জনায়। আনহাতে এই বিষয়ে এক বিস্তৃত অধ্যয়ন কৰিবলৈ আইআইটি গুৱাহাটীক কৰ্তৃত্ব প্ৰদান কৰাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে আজিৰ আলোচনাতে ব্যক্ত কৰে।  তেওঁলোকৰ অধ্যয়নৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কলাজলৰ বান নিয়ন্ত্ৰণৰ বিষয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। আনহাতে দৰং জিলাই সঘনে সন্মুখীন হৈ থকা বান সমস্যা সমাধানৰ ক্ষেত্ৰত কেনেধৰণে কাম কৰিব পৰা যায় সেই বিষয়েও আজি আলোচনা কৰা হয়। জিলাখনত নৈৰ উন্মুক্ত তথা মথাউৰি বনাব পৰা স্থানসমূহত মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই এইক্ষেত্ৰত বিভাগক প্ৰয়োজনীয় পদক্ষেপ হাতত ল’বলৈ আহ্বান জনায়। আনহাতে আজিৰ সভাতে মন্ত্ৰী হাজৰিকাই অসমৰ বান সমস্যাৰ সুদূৰপ্ৰসাৰী সমাধানৰ বিষয়ে বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে।

    মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ যি পদ্ধতিৰে বিভাগে বান নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰি আছে তাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বান সমস্যাৰ দীৰ্ঘম্যাদী আৰু সুদূৰপ্ৰসাৰী সমাধানৰ বাবে এক বিস্তৃত অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে।  প্ৰয়োজন হ’লে কিছু সময় হাতত লৈ আইআইটি গুৱাহাটী অথবা কোনো নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজ্যখনৰ বান আৰু খহনীয়া সমস্যাৰ সুদূৰপ্ৰসাৰী সমাধান সূত্ৰ বিচাৰি অধ্যয়ন কৰোৱা অতিকে জৰুৰী হৈছে বুলি উল্লেখ কৰি জলসম্পদ বিভাগে এইক্ষেত্ৰত বিভাগক প্ৰয়োজনীয় ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে।  তেওঁ কয় যে চৰকাৰে বিগত ৫০ৰ পৰা ৬০ বছৰৰ পৰা বান নিয়ন্ত্ৰণৰ বাবে মথাউৰি, শ্লুইছগেট নিৰ্মাণ আদি পৰম্পৰাগতভাৱে পদ্ধতিৰে বান নিয়ন্ত্ৰণৰ ব্যৱস্থা লৈ আহিছে।  তেওঁ আৰু কয় যে পৰিৱৰ্তিত সময়ত আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়েৰে কেনেদৰে বান আৰু খহনীয়া নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে বিস্তৃত অধ্যয়ন কৰি ক্ৰমান্নয়ে তাক কাৰ্যকৰী কৰাৰ সময় এতিয়া আহি পৰিছে।

    জনতা ভৱনতে আজিৰ আন এখন বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাই বিভাগৰ মুখ্য অভিযন্তা আৰু জ্যেষ্ঠ অভিযন্তাসকলৰ উপস্থিতিত অহা বৰ্ষত ৰাজ্যখনৰ বিভিন্ন জিলাত নিৰ্মাণ হ’বলগা মথাউৰিসমূহৰ বিষয়েও বুজ লয়।  মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে অহা বছৰ ৰাজ্যখনত প্ৰায় ১৫০ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব।  এই মথাউৰিসমূহ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰাথমিকতা অনুসৰি কাম কৰিবলৈও আহ্বান মন্ত্ৰীগৰাকীয়ে।

    sabung ayam onlinelive baccaratsipardikemenaglebongperpus smpn14 depoktppkk bitunggs hospitalsarwadharma hospital gwllms smkn1 campakatamansari mahoganypeasant farmerscbt sman1 jalaksanakatering makananppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/https://hydrateivbar.com/https://hotelmiradordelsella.com/https://www.adamcopharm.com/https://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimagen bolaSV388MIX PARLAY SBOBETLIVE CASINO ONLINESCATTER HITAMSV388SBOBET88LIVE CASINO ONLINEZEUS SLOThttps://www.tnhealthskills.in/Slot Online Qrisslot danasbobetcasino onlinesv388judi bola onlinesitus slot danaslot mahjong waysslot thailandlive casino onlinejudi bola onlinesitus domino qqsabung ayam onlinedaftar togel onlineagen togel onlinetogel online 4dbandar togel terpercayahttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://pdamagam.co.id/https://akm.sdntambung2.sch.id/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/mahjong ways 2live casino onlinelive casino onlinelive casino onlinelive casino onlinesabung ayam onlineagen bola onlineslot zeusindoagen188 indoagen188indoagen188indoagen188https://yapswebsite.onlinehttps://yapswebsite.onlinehttps://yapswebsite.onlinehttps://yapswebsite.onlinesombar-air.sitesombar-air.sitesombar-air.sitesombar-air.sitesombar-air.sitelive casino onlinesabung ayam onlineagen bola onlinetangkasnetSLOT ZEUSSABUNG AYAM ONLINEINDOBOLA77INDOBOLA77MAHJONG WINS 3SV388INDOBOLA77BACCARAT ONLINELIVE CASINO ONLINEINDOMASTER88INDOMASTER88INDOMASTER88INDOMASTER88Live Casino OnlineSabung Ayam OnlineAgen Judi BolaSlot88agrimatco.uavip-volyn.org.ualive casino onlineCASINO ONLINEMAHJONG WAYSSABA SPORTSV388CASINO ONLINENOLIMIT CITYSBOBET88SV388https://metroposnews.com/wp-content/vendor/Live Casino Onlinesbobet88mega wheelagen casino onlinesabung ayam onlineagen bolasabung ayam onlinesabung ayam onlinesabung ayam online