• পৰম আলীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে হিন্দু যুৱতীৰ সৈতে !

    আঞ্চলিক
    পৰম আলীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে হিন্দু যুৱতীৰ সৈতে !
    ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা, এইবাৰৰ স্থান গুৱাহাটীৰ আজাৰা ৷ অভিযোগ অনুসৰি ভুৱা পৰিচয়ৰ সৈতে হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই অপহৰণ কৰিলে পৰম আলীয়ে ৷


    বিগত ৭ দিন ধৰি কোনো সন্ধান নাই যুৱতীগৰাকীৰ লগতে পৰম আলীৰো ৷যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ পাছতেই পৰিয়ালৰলোকে আজাৰা আৰক্ষী থানাত গোচৰ তৰিছিল যদিও বৰ্তমানলৈ আৰক্ষীয়ে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই অপহৃত যুৱতীগৰাকীৰ ৷

    আজাৰাৰ গোঁসাইপাৰাৰ পৰম আলী নামৰ যুৱকজনৰ বিৰুদ্ধে লাভ জেহাদ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আৰক্ষীয়ে তদন্তৰ গতি লেহেমীয়া কৰাৰ অভিযোগ হিন্দু দল-সংগঠনৰ ৷
    sv388sv388sabung ayam onlinesv388sabung ayam onlinelive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88situs slot777