• কিতাপৰ স্পৰ্শত উমাল খানপাৰাৰ বাকৰি; লেখক-প্ৰকাশক-বিক্ৰেতাৰ মনত আশাৰ সঞ্চাৰ

    আঞ্চলিক
    কিতাপৰ স্পৰ্শত উমাল খানপাৰাৰ বাকৰি;  লেখক-প্ৰকাশক-বিক্ৰেতাৰ মনত আশাৰ সঞ্চাৰ
    ডিজিটেল ডেস্ক: আজি চতুৰ্থ দিনটোত গ্ৰন্থপ্ৰেমীৰ সমাৱেশে উমাল কৰি তোলে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী৷ লেখক-সাহিত্যিক আৰু পঢ়ুৱৈৰ উপস্থিতিয়ে এই গ্ৰন্থোৎসৱলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ 

    আজিলৈ ২কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি জনাইছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে৷ ইপিনে প্ৰতিদিনে গ্ৰন্থমেলা প্ৰাংগণত আয়োজন কৰা হৈছে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা সত্ৰ৷  আজি বিয়লি  অসম প্ৰকাশন পৰিষদে গন্থমেলাৰ বাকৰিত আয়োজন কৰে “চলচ্চিত্ৰৰ প্ৰচাৰ আৰু ব্যৱসায়” শীৰ্ষক আলোচনা সত্ৰ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে নতুন দিল্লীৰ বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, লেখক মনোজ শ্ৰীৱাস্তৱে৷ তেওঁ বিষয় প্ৰসংগত কয় “চলচ্চিত্ৰ হৈছে কাহিনী কোৱা কলা৷ কাহিনীৰ গাঁথনি শক্তিশালী হ’লে সেই চিনেমাও শক্তিশালী হয়৷ মূল কথাটো হ’ল চিনেমাও এটা উৎপাদিত পণ্য৷ গতিকে ইয়াক বিক্ৰী কৰিব পাৰিব লাগিব৷” তেওঁ লগতে কয় যে বিক্ৰী কৰিবলৈ হ’লে উৎপাদিত পণ্যৰ মানো গুণসম্পন্ন হ’ব লাগিব৷ গতিকে ভাল চিনেমা নিৰ্মাণ কৰাটো হ’ল প্ৰথম চৰ্ত৷ ভাল চিনেমাৰ প্ৰচাৰ কৰিবলৈও ভাল আৰু ইয়াৰ বাণিজ্যও ভাল৷ প্ৰচাৰে বাণিজ্যিক সফলতা কঢ়িয়াই আনে৷ আলোচক অতিথি, বিশিষ্ট পৰিচালক, চলচ্চিত্ৰ সমালোচক নয়ন প্ৰসাদে কয়, ‘মানুহক সদায় নতুন কিবা এটা লাগে৷ এই নতুন কিবাটো যিয়ে দিব পাৰে সেই চিনেমা বা নাটক সফল হয়৷ নতুনত্ব বহন কৰা চলচ্চিত্ৰৰ প্ৰচাৰ কৰিবলৈ ভাল৷ আগতে বিভিন্ন চলচ্চিত্ৰ উৎসৱত মালায়ালম চিনেমাৰ সমানে অসমীয়া চিনেমাৰ নাম উচ্চাৰিত হৈছিল৷ সেই পৰ্যায়লৈ যোৱাৰ বাবে কষ্ট কৰাৰ প্ৰয়োজন আছে৷ আলু-পিঁয়াজৰ ব্যৱসায় আৰু চিনেমাৰ ব্যৱসায়ৰ মাজত পাৰ্থক্য আছে৷ এই কথাটো আমি বুজিব পাৰিব লাগিব৷” আন এগৰাকী আলোচক , বিশিষ্ট পৰিচালক কেনি বসুমতাৰীয়ে কয় যে চিনেমা এখন নিৰ্মাণ কৰা হয় চলোৱাৰ বাবে৷ চিনেমা এখন ভালদৰে চলা মানেই ব্যৱসায়িক সফলতা লাভ কৰা৷ গতিকে ইয়াৰ বাবে কি কাহিনীক কেনেকৈ কেনেধৰণৰ ৰুচিৰ দৰ্শকৰ ওচৰলৈ লৈ যাব লাগিব এই কথাবোৰ চালিজাৰি চাবই লাগিব৷ আকৰ্ষণীয় আৰু প্ৰভাৱশালী প্ৰচাৰ কৌশলে চিনেমাক বাণিজ্যিক সফলতা দিয়ে৷ একেদৰে বিশিষ্ট প্ৰযোজক শ্যাম বৰাই ইয়াত আলোচকৰূপে উপস্থিত থাকি কয় যে প্ৰচাৰৰ ক্ষেত্ৰত প্ৰযোজকৰ দায়িত্ব সাধাৰণতে বেছি৷ চলচ্চিত্ৰৰ প্ৰচাৰো “টীম ৱৰ্ক”৷ নিৰ্দিষ্ট দৰ্শক সমষ্টিক লক্ষ্য হিচাপে লৈ প্ৰচাৰ কৌশল অৱলম্বন কৰিব পাৰিলে চলচ্চিত্ৰই সফলতা অৰ্জন কৰিব পাৰে৷ 

    আলোচক, বিশিষ্ট পৰিচালক অচিন্ত শংকৰৰ মতে প্ৰচাৰ ভাল নোহোৱাটো চলচ্চিত্ৰই বাণিজ্যিক সফলতাৰ মুখ নেদেখাটো অন্যতম কাৰণ৷ অসমীয়া চলচ্চিত্ৰৰ উদ্যোগৰ পৰিসৰো সীমিত৷ ভাষিক-সামাজিক বৈচিত্ৰ্য আন এক কাৰক৷ এটাৰ পাছত আন এটা উৎসৱ, আন্দোলনৰ কাৰ্যসূচীয়েও সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি দৰ্শকে কি বিচাৰে বা আশা কৰে সেই বিষয়েও আমাৰ পদ্ধতিগত অধ্যয়ন প্ৰযোজকে কৰাৰ পৰম্পৰা গঢ়ি উঠা নাই৷

    অনুষ্ঠানটোত আলোচকৰূপে অংশগ্ৰহণ কৰি জনপ্ৰিয় অভিনেতা কমললোচনে বিষয় সন্দৰ্ভত এইদৰে কয়—“বৰ্তমানৰ অসমীয়া চিনেমাৰ প্ৰচাৰক লৈ সন্তুষ্ট বুলি কব নোৱাৰি ৷ বৰঞ্চ এয়া আতি সস্তীয়া পৰ্যায়ত আছে৷ সেয়ে অসমীয়া চলচ্চিত্ৰই আশাব্যঞ্জক প্ৰসাৰ লাভ কৰিব পৰা নাই৷ এইক্ষেত্ৰত নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে৷ বিশেষকৈ চলচ্চিত্ৰৰ বজাৰ অধ্যয়ন কৰি নিখুঁত প্ৰচাৰ কৰাটো জৰুৰী৷” তেওঁ লগতে কয় যে অসমীয়া মানুহে টিকট ক্ৰয় কৰি চিনেমা চাবলৈ টান পায় কিন্তু খ্ৰীষ্টমাচৰ দিনা অদৰকাৰী হৈ চৈ কৰিবলৈ ভাল পায়৷ তদুপৰি আমাৰ কেঁকোৰা চৰিত্ৰ চলচ্চিত্ৰ উদ্যোগতো প্ৰতিফলিত হয়৷ এইবোৰো আমাৰ হেঙাৰ৷ 

    আন এগৰাকী আলোচক, চিনেমাৰ প্ৰচাৰৰ সৈতে জৰিত প্ৰিয়ংকা বৰুৱাই কয় যে আমাৰ ইয়াত ৩ কোটি মানুহ আছে৷ ইয়াৰে ৩৫ শতাংশ মানুহে হয়তো চিনেমা চাই৷ গতিকে নতুন দৰ্শক গঢ়ি তোলাটো এক প্ৰত্যাহ্বান৷ আমাৰ স্কুল-কলেজতো এই ধৰণৰ কোনো কাৰ্যসূচী নাই৷ এই বিষয়বোৰৰ সমাধান সূত্ৰ উলিয়াব পাৰিলে নিশ্চয় সুদিন আহিব৷ ইয়াৰ ফলত এখন সুন্দৰ কৰ্মক্ষেত্ৰও গঢ়ি উঠাৰ সম্ভাৱনা আছে৷ আমাৰ ইয়াত ব্যৰ্থতাৰ পাছতো প্ৰযোজক-পৰিচালকসকলে ধৈৰ্যশীলতাৰ পৰিচয় দি চিনেমা নিৰ্মাণ কৰি আছে৷ এয়া নিশ্চয় ভাল দিশ৷ আলোচনা সত্ৰখন পৰিচালনা কৰে কবি-চলচ্চিত্ৰ সমালোচক অপৰাজিতা পূজাৰীয়ে৷ তেওঁ কয় যে বজাৰ ব্যৱস্থা অধ্যন চলচ্চিত্ৰৰ বাবে অতি জৰুৰী৷ দৰ্শকো গ্ৰাহক৷ গতিকে দৰ্শকৰ মনৰ চাহিদা বিচাৰ কৰি প্ৰচাৰৰ পৰিকল্পনা কৰাটো অত্যন্ত জৰুৰী৷ এখন চিনেমাই কেনেদৰে ঠাই উলিয়াই ল’ব বা সেই খালী ঠাই ক’ত আছে এয়া সঠিকভাৱে নিৰ্ণয় কৰি ল’ব পাৰিব লাগিব৷ দৰ্শকে কি বিচাৰে আৰু চিনেমা এখনে কি দিব এই দুয়োটা বিষয় মাৰ্কেটঙৰ বাবে অতি দৰকাৰী কথা৷ কাৰণ বিচিত্ৰ বিষয়, বিচিত্ৰ ঘটনা, বিচিত্ৰ কাহিনীয়ে মানুহৰ ইচ্ছাক নতুনৰূপত গঢ়ি তোলে৷ এইবোৰ অধ্যয়ন কৰা বা মানুহৰ মনোজগত বুজি পোৱাটো বাণিজ্যিক সফলতাৰ বাবে অপৰিহাৰ্য৷

     বিশিষ্ট মনোৰোগ বিশেষজ্ঞ, অভিনেতা ডাঃ জয়ন্ত দাসে এই অনুষ্ঠানত দৰ্শকৰ আসন অলংকৃত কৰে৷ তেওঁ বিষয় প্ৰসংগত কয় যে নতুন দৰ্শক সৃষ্টি কৰিব লাগিব৷ কাৰণ ক’ভিদ মহামাৰীয়ে মানুহৰ চিন্তধাৰা, মনোজগতত প্ৰভাৱ পেলাইছ৷ গতিকে চিনেমা এখনৰ বাবে মানুহৰ মনৰ খোৰাক কি সেয়া জানি লৈ সেইমৰ্মে প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে৷ অনুষ্ঠানত দৰ্শক হিচাপে অংশগ্ৰহণ কৰি ৰাজনৈতিক বিশ্লেষক, লেখক ৰঞ্জিৱ শৰ্মাই কয় যে আমাৰ চিনেমাসমূহে মানুহৰ  মনোসংযোগ কৰাত সক্ষম হৈছেনে নাই এয়া বিচাৰ্যৰ বিষয়৷ হয়তো কৰবাত স্থবিৰ হৈছে৷ ইয়াক গতি প্ৰদান কৰিব পৰাকৈ নতুন চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে৷

    গ্ৰন্থমেলাপ বাকৰিত কাইলৈ বিশিষ্ট কথা-শিল্পী, সাহিত্যিক য়েছে দৰজে ঠংচিক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২৪৷ “ধাৰ আৰু অন্যান্য গল্প” পুথিখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ ইপিনে গ্ৰন্থখন প্ৰকাশ কৰাৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য(প্ৰকাশক) বঁটা প্ৰদান কৰা হ’ব “বনলতা” প্ৰকাশনৰ স্বত্তাধিকাৰী অনন্ত হাজৰিকাক৷ কাইলৈ বিয়লি ৪ বজাত গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388Slot Thailandsabung ayam sv388 ws168sbobet88 mix parlayagen resmi casino online