• উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট

    আঞ্চলিক
    উৎসাহ-উদ্দীপনাৰে আৰম্ভ অসম গ্ৰন্থমেলা, যোৰহাট
    ডিজিটেল ডেস্কঃ উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল দহ দিনীয়া অসম গ্ৰন্থমেলা, যোৰহাট ৷ যোৰহাট জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা গ্ৰন্থমেলাখন আজি বিয়লি ৩ বজাত উদ্বোধন কৰা হয় ৷ 

    এই অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ, বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই ৷ তেওঁ ভাষণত কয়,“আজি ড° বাণীকান্ত কাকতীদেৱৰ জন্ম আৰু মৃত্যু দিৱস৷ আজি ভাষাবিদ ড° গোলোক চন্দ্ৰ গোস্বামীদেৱৰো জন্ম দিৱস ৷ অসমীয়া ভাষাটোক স্বকীয় ভাষা হিচাপে পৰিচয় দিয়াৰ ক্ষেত্ৰত এই দুয়োগৰাকী পণ্ডিতৰ অৱদান অপৰিসীম ৷ এইবাৰ অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভ কৰিলে৷ এয়া আমাৰ বাবে গৌৰৱ আৰু আনন্দৰ বতৰা ৷ গ্ৰন্থমেলা মানেই ভাষা-সাহিত্যৰ চৰ্চাৰ এখন নিৰ্ভৰযোগ্য থলী ৷ অসম গ্ৰন্থমেলা, যোৰহাটতো এই বিষয়ক আলোচনা সত্ৰৰ আয়োজন কৰা হৈছে ৷ আশা কৰিছোঁ এই অনুষ্ঠান সফলকাম হ’ব ৷” তেওঁ লগতে কয় যে ধ্ৰুপদীৰ স্বীকৃতি লাভে অসমীয়া ভাষাক ভৱিষ্যতৰ দিনবোৰত বিভিন্ন প্ৰকাৰে লাভান্বিত কৰিব ৷ অসমীয়া ভাষাৰ স্বতন্ত্ৰ পৰিচয় চৌদিশে প্ৰসাৰিত হ’ব ৷ সাহিত্যৰ মাজেৰে গ্ৰন্থই এই পৰিচয় কঢ়িয়াই নিব ৷ 

    সভাখনত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে ওড়িষাৰ বিশিষ্ট সাহিত্যিক সুভাষ চন্দ্ৰ শতপথীয়ে ৷ ভাষণত তেওঁ কয়,“অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভৰ বাবে অসমবাসীক অভিনন্দন জ্ঞাপন কৰিছোঁ ৷ এয়া অসমীয়া ভাষাৰ বাবে ঐতিহাসিক প্ৰাপ্য ৷” মই বুৰঞ্জীৰ ছাত্ৰ তথা শিক্ষক হিচাপে দীৰ্ঘদিন ধৰি গ্ৰন্থমেলাৰ সৈতে জৰিত হৈ আছোঁ ৷ গ্ৰন্থমেলা হৈছে লেখক-পাঠক-প্ৰকাশকৰ সংযোগস্থলী আৰু বৌদ্ধিক অনুশীলনৰ থলী ৷ গ্ৰন্থ উদ্যোগৰ সৈতে জৰিত থকা সকলে অনুবাদৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত ৷ অনুবাদে ভাষা-সাহিত্যৰ সম্প্ৰসাৰণ ঘটায় ৷ অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতিৰ এক বিশ্বজনীন আৱেদন আছে৷ এইসমূহ জগতমুখী কৰাৰ পথ গ্ৰন্থৰ জৰিয়তেই নিৰ্ণয় কৰা সম্ভৱ ৷ প্ৰসংগক্ৰমে অসম চৰকাৰে ওড়িষাত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক উচ্চ প্ৰশংসা কৰে ৷

    আন এগৰাকী বিশেষ অতিথি, সাহিত্য অকাদেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে অসমীয়া ভাষাক লৈ আমি এতিয়া আৰু শংকিত হৈ থকাৰ প্ৰয়োজন নাই ৷ধ্ৰুপদী স্বীকৃতিয়ে অসমীয়া ভাষাৰ শিপা যে মজবুত সেই কথাকে প্ৰমাণ কৰিলে ৷ লগতে তেওঁ কয়—“গ্ৰন্থৰ উত্তৰাধিকাৰী কোন হ’ব এয়া এতিয়াৰ ডাঙৰ প্ৰশ্ন ৷ আমাৰ বুকচেল্‌ফৰ কিতাপবোৰৰ দায়িত্ব ভৱিষ্যত প্ৰজন্মই ল’বনে ? ঘৰে-বাহিৰে ঠাই টুটি আহিছে ৷ গতিকে ভাল কিতাপ ৰাখিবলৈ ডাঙৰ পুথি ভঁৰাল, জিলা পুথি ভঁৰাল আদিত সেই ঠাই উলিয়াব লাগিব ৷ প্ৰযুক্তিয়ে বিভিন্ন বস্তু নোহোৱা কৰি দিলে ৷ চিঠি-পত্ৰৰ আদান-প্ৰদানৰ ঠাইত মেছেজ আহিল, গ্ৰীটিংছ কাৰ্ড হেৰাই গ’ল ৷ এয়া সঁচাকৈয়ে চিন্তাৰ বিষয় ৷” তেওঁ অন্য ভাষালৈ অসমীয়া ভাষাৰ ভাল কিতাপ অনুবাদৰ পোষকতা কৰি কয় যে পৃথিৱীত বেছিকৈ প্ৰচলিত ভাষাত অনুবাদ হ’লে ভাল, কাৰণ তেতিয়া অধিক মানুহে পঢ়াৰ সুযোগ লাভ কৰে ৷ এইক্ষেত্ৰত অনুবাদক আৰু প্ৰকাশক সকল সচেতন হ’ব লাগিব ৷ তেওঁ কয়—“ সত্যৰ সন্ধানেই সাহিত্য ৷ ইয়াত ৰাজনীতি নাই ৷ সাহিত্য প্ৰকৃতিৰ দৰেই স্বতন্ত্ৰ ৷” 

    এই সভাত বিশেষ অতিথিৰ আসন অলংকৃত কৰে বিশিষ্ট সাহিত্যিক ড° অদিতি বেজবৰুৱাই ৷ তেওঁ কয় যে অসম গ্ৰন্থমেলাৰ আয়োজন যোৰহাটবাসীৰ বাবে অতি আনন্দৰ বতৰা ৷ কিতাপ আমাৰ বাবে অমূল্য সম্পদ ৷ গ্ৰন্থ হৈছে জ্ঞানৰ পথ দেখুওৱা পোহৰ ৷ গতিকে কিতাপৰ ভৱিষ্যতক লৈ আমিও দায়ৱদ্ধ হ’ব লাগিব ৷ 

    সভাখনত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ তেওঁ কয় “অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলাৰ জৰিয়তে ৰাজ্যখনত কাৰ্যতঃ প্ৰজ্ঞাৰ উৎসৱ উদ্‌যাপন কৰিছে ৷ এয়া সমাজ-জীৱনৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷” তেওঁ লগতে কয় যে চৰ্চা নোহোৱা হ’লে ভাষাই মৃত্যুৰ দিশে গতি কৰে ৷ আমাৰ ইয়াতো কাকত-আলোচনীৰ বিক্ৰী কমি অহা বুলি বিদ্বৎ সমাজৰ মাজত আলোচনা হৈ আহিছে ৷ দুখৰ বিষয় শিক্ষক সকলেই কিতাপ নপঢ়ে । এয়া শুভ লক্ষণ নহয় ৷ কিতাপ পঢ়াৰ আন্দোলন নতুনকৈ গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে ৷ আশা কৰোঁ গ্ৰন্থমেলাই এই আন্দোলনৰ বাট মুকলি কৰিব ৷” 

    সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৈধুৰীয়েও সভাখনত অংশগ্ৰহণ কৰে ৷অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ আদৰণী ভাষণেৰে আৰম্ভ হয় উদ্বোধনী সভাখন ৷ তেওঁ ভাষণ প্ৰসংগত কয়—“অসম গ্ৰন্থমেলাৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ পৰা  বিভিন্ন প্ৰান্তলৈ গ্ৰন্থমেলা সম্প্ৰসাৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই গ্ৰন্থ উৎসৱলৈ লেখক-পাঠক-প্ৰকাশকৰ ইতিবাচক সঁহাৰিয়ে আমাৰ পাথেয় ৷ অসমৰ বাহিৰতো, বাংগালুৰুত আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰিছোঁ ৷ গ্ৰন্থৰ প্ৰতি মানুহৰ সমাদৰ বৃদ্ধি , ভাষা-সাহিত্যৰ চৰ্চা তথা বৌদ্ধিক কছৰৎ অধিক উন্নত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা-পৰামৰ্শ আৰু শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ আগ্ৰহ-পৰিকল্পনাৰ বাবেই অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো সম্ভৱ হৈ উঠিছে ৷ 


    সমান্তৰালভাৱে গ্ৰন্থমেলাসমূহত অনুষ্ঠিত হৈ আহিছে সাহিত্য-সংস্কৃতি-ইতিহাস আদিৰ বিষয়ে ভিন্ন ভিন্ন আলোচনা সত্ৰ আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা ৷ প্ৰতিটো অনুষ্ঠানতে ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ৷ আশা প্ৰকাশ কৰিছোঁ সকলোৰে সহযোগিতাৰে অসম গ্ৰন্থমেলা, যোৰহাট সাফল্যমণ্ডিত হ’ব ৷” উদ্বোধনী সভাৰ প্ৰাৰম্ভতে এটি সৰস্বতী বন্দনা পৰিৱেশন কৰি জোনাকী সংঘ বিদ্যালয়ৰ শিক্ষাৰ্থীসকল ভূয়সী প্ৰশংসিত হয় ৷ ইয়াৰ পাছতে সাংস্কৃতিক প্ৰতিযোগিতাৰ মনপৰশা কাৰ্যূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388Slot Thailandsabung ayam sv388 ws168sbobet88 mix parlayagen resmi casino onlinesitus sabung ayamhttps://ppdb2025.daarurrahmah.com/login/mod_kelas/