• বিনিয়োগ বিচাৰি ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী

    আঞ্চলিক
    বিনিয়োগ বিচাৰি ছিংগাপুৰলৈ মুখ্যমন্ত্ৰী
    ডিজিটেল ডেস্ক: ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ ৷ ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাৰ সংকল্পলৈ কেইবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দেশ-বিদেশৰ বহু উদ্যোগপতিক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে৷

    এডভাণ্টেজ আছাম ২.০ৰ প্ৰচাৰৰ বাবে ছিংগাপুৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কিছু সময় পূৰ্বে ছিংগাপুৰত অৱতৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ছিংগাপুৰত ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলে উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰীক৷


    পৰৱৰ্তী দুটা দিন ছিংগাপুৰ চৰকাৰ আৰু উদ্যোগপতি সকলৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷
    এডভাণ্টেজ আছাম ২.০ সন্মিলন সফল হ’লে বিদেশী বিনিয়োগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল হোৱাৰ লগতে বহু নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি হ’ব বুলি আশা কৰা হৈছে৷

    sv388sv388sabung ayam onlinesv388sabung ayam onlinelive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive casino onlinesitus slot gacorlive casino onlinesabung ayam onlinesbobet88situs slot777slot gacor malam ini