comScore
  • এতিয়াৰে পৰা মন গ’লেই যিকোনো ঔষধ লিখি দিব নোৱাৰিব চৰকাৰী চিকিৎসকে

    আঞ্চলিক
    এতিয়াৰে পৰা মন গ’লেই যিকোনো ঔষধ লিখি দিব নোৱাৰিব চৰকাৰী চিকিৎসকে
    ডিজিটেল ডেস্কঃ চৰকাৰী চিকিৎসালয় আৰু চৰকাৰী চিকিৎসকৰ বাবে আহি গ’ল নতুন নিয়ম। এতিয়াৰে পৰা মন গ’লেই যিকোনো ঔষধ লিখি দিব নোৱাৰিব চৰকাৰী চিকিৎসকে। 

    হোৱাটছএপত এটা মেছেজ লিখি দিলেই লোৱা হ’ব কঠোৰ ব্যৱস্থা। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত মুকলি হ’ব HELPLINE নম্বৰ৷

    প্ৰেছক্ৰিপচনত থাকিব লাগিব হেল্পলাইন নম্বৰ৷ 

    চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে৷ 

    চিকিৎসালয়ত নথকা ঔষধ লিখি বিপদত চিকিৎসক৷  
     
    প্ৰেছক্ৰিপচনত খেলিমেলি থাকিলে অভিযোগ দিব পাৰিব ৰোগীয়ে৷  

    কৰিমগঞ্জত ৰোগীৰ অভিযোগৰ পাছত মন্ত্ৰীৰ সিদ্ধান্ত৷  

    ৰাজ্যৰ স্বয়ং স্বাস্থ্যমন্ত্ৰীক এই অভিযোগ ৰোগী-আত্মীয়ৰ৷ 

    ৰোগীৰ অভিযোগ লাভ কৰি এই সিদ্ধান্ত মন্ত্ৰীৰ৷ 

    কৰিমগঞ্জৰ চিকিৎসালয়ৰ অধীক্ষকক কৈফিয়ৎ মন্ত্ৰীৰ৷ 

    প্ৰেছক্ৰিপচনত থকা ঔষধ চৰকাৰী চিকিৎসালয়ত বিচাৰি নাপাই বহু ৰোগীয়ে বাহিৰৰ ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ বাধ্য হয়, সেয়েহে ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব নতুন নিয়ম৷
    indojawa88slot thailandsabung ayam onlinesv388sv388sabung ayam onlinesv388slot thailandsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casino