• শিহুৰ বিচৰণস্থলীৰ ক্ষেত্ৰত দেশৰ ভিতৰত চতুর্থ স্থানত অসম

    আঞ্চলিক
    শিহুৰ বিচৰণস্থলীৰ ক্ষেত্ৰত দেশৰ ভিতৰত চতুর্থ স্থানত অসম
    ডিজিটেল ডেস্কঃ ৰিভাৰ ডলফিন অৰ্থাৎ শিহুৰ বিচৰণস্থলীৰ ক্ষেত্ৰত দেশৰ ভিতৰত চতুর্থ স্থানত অসমৰ নাম সন্নিৱিষ্ট হৈছে। বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে চলোৱা জৰীপত এই তথ্য প্রকাশ পাইছে। কালি বিশ্ব বন্যপ্রাণী দিৱস উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত কালি এই জৰীপৰ প্রতিবেদন ৰাজহুৱা কৰিছে। 

    প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা 'প্রজেক্ট ডলফিন'ৰ অধীনত বন, পৰিৱেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্র্যালয়ে ৱাইল্ড লাইফ ইনষ্টিটিউট অব ইণ্ডিয়াৰ সহযোগত চলোৱা এই জৰীপত দেশৰ ৮খন ৰাজ্য সাঙুৰি লোৱা হৈছিল। মুঠ ৫৮খন নৈত এই জৰীপ চলোৱা হৈছিল যদিও ২৮খন নৈত সক্রিয়ভাৱে এই জৰীপৰ কাম হয়। ২০২১-২৩ চনলৈ চলোৱা এই জৰীপত মুঠ ৮৫০৭ কিল'মিটাৰ নৈৰ দৈৰ্ঘ্য অন্তৰ্ভুক্ত হৈছে। 

    এই জৰীপত সৰ্বাধিক উত্তৰ প্ৰদেশত ২৩৯৭টা, বিহাৰত ২২২০টা, ঝাৰখণ্ডত ১৬২টা, ৰাজস্থান আৰু মধ্য প্রদেশত ৯৫টা, পশ্চিম বংগত ৮১৫টা, অসমত ৬৩৫টা আৰু পঞ্জাবত ৩টা শিহু থকাৰ তথ্য পোহৰলৈ আহিছে। বিশ্বৰ আটাইতকৈ বিপন্ন প্রজাতিৰ তালিকাত অন্তৰ্ভুক্ত। অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ আৰু বৰাক নৈত এই জৰীপ চলোৱা হয়। ব্রহ্মপুত্র নদীৰ ড° ভূপেন হাজৰিকা সেতুৰ পৰা ভাৰত-বাংলাদেশ সীমান্তৰ হাটশিঙিমাৰীলৈকে মুঠ ৮৮৫ কিল'মিটাৰ জোৰা দৈর্ঘ্যত চলোৱা জৰীপত ৫৮৪টা শিহুৰ অৱস্থিতি ধৰা পৰিছে। সোৱণশিৰি নৈৰ ৯১ কিল'মিটাৰ দৈৰ্ঘ্যত চলোৱা জৰীপত ২২টা শিহু থকাটো নিশ্চিত হৈছে। কুলশী নৈৰ মুঠ ৬১ কিল'মিটাৰ দৈৰ্ঘ্যত জৰীপৰ কাম হয়। ইয়াত ২২টা শিহু পোৱা গৈছে। একেদৰে বেঁকী নৈৰ ৪৫ কিল'মিটাৰ দৈৰ্ঘ্যত ৪ শিহু, কপিলী নৈৰ ৯১ কিল'মিটাৰ দৈৰ্ঘ্যত ৫টা শিহু পোৱা গৈছে। আনহাতে বৰাক নৈত এটাও পোৱা নগ'ল। উল্লেখযোগ্য যে কুলশী আৰু সোৱণশিৰি নৈত শিহুৰ সংখ্যা হ্রাস পাইছে। 

    জৰীপত এটা তুলনামূলক সমীক্ষাও প্রকাশ পাইছে। ১৯৯৭ চনত ব্রহ্মপুত্র নদীত ২৬৮টা শিহু পোৱাৰ বিপৰীতে ২০১৩ চনত ৫৮৩টা, ২০২০ চনত ৫০৩টা আৰু ২০২৪ত ৫৮৪টা শিহু পোৱা গৈছে। সোৱণশিৰি নৈত ২০১২ চনত ৩২টা শিহু পোৱাৰ বিপৰীতে ২০১৮ চনত ৩৬টা, ২০২২৩ ২২টা শিহু পোৱা গৈছে। সোৱণশিৰিত শিহুৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাস পাইছে। কুলশী নৈতো শিহুৰ সংখ্যা হ্রাস পাইছে। ২০১২-১৭ চনত আছিল ২৯টা আৰু ২০২৪৩ ২২টা। আনহাতে বৰাক নৈত ১৯৯৯ চনত আছিল ১৪টা, ২০০১ চনত আছিল ১২টা, ২০০৩ চনত আছিল ১০টা, ২০০৫ চনত আছিল ৯টা, ২০০৬ চনত আছিল ৯টা, ২০০৭ চনত আছিল ৮টা আৰু ২০০৮ চনতো আছিল ৮টা। কিন্তু বৰ্তমান বৰাকত শিহু একেবাৰে শূন্য হৈ পৰিল। অসমত কাজিৰঙাৰ পাছতে ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত পৰা নৈত ৪২টা শিহু পোৱা গৈছে। 

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনৰ নৈত ১৪৩টা পোৱা গৈছে। লাউখোৱা বন্যপ্রাণী অভয়াৰণ্যত ৩০টা, পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত ৩০ আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আছে ২৪টা শিহু। মন কৰিবলগী যে অসমত ইমানবোৰ নদ-নদী থকাৰ পাছতো বা অসমৰ প্ৰাকৃতিক তথা ভৌগোলিক পৰিৱেশ উন্নত হোৱাৰ পাছতো শিহুৰ সংখ্যা যিদৰে বৃদ্ধি পাব লাগিছিল তেনেদৰে হোৱা নাই। সম্প্রতি নৈসমূহত চলা দুষ্কৃতিকাৰীৰ অবৈধ বালি, পলস খনন, শিল সংগ্রহ আদিৰ বাবে জলজ প্ৰাণীৰ ওপৰত বহু প্ৰভাৱ পৰিছে। নৈৰ ওপৰত চলা উন্নয়নমূলক কামৰ বাবেও জলজ প্রাণীৰ সংখ্যা হ্রাস পাইছে। শিহুও ইয়াৰ ব্যতিক্রম নহয়। তিনিচুকীয়াতো অইল ইণ্ডিয়াৰ ভূ-কম্পন জৰীপে শিহুৰ বাবে বিপদ মাতি আনিছে বুলি বহু প্রকৃতিপ্রেমীয়ে দাবী কৰি আহিছে। শেহতীয়াভাৱে অইল ইণ্ডিয়াৰ মুখ্য পৰিচালন সঞ্চালকে এক সাক্ষাৎকাৰত ব্ৰহ্মপুত্ৰৰ তলীতো উলম্ব দিশেৰে খনন চলাব বুলি উল্লেখ কৰিছে। এই খননে ব্রহ্মপুত্ৰৰ জলজতন্ত্রক কিদৰে প্ৰভাৱ পেলাব সেয়াও প্রশ্নবোধক হৈ পৰিছে।

    উৎসঃ দৈনিক জনমভূমি
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSV388Mix ParlayCasino OnlineSlot Onlineslot thailand gacorSABUNG AYAM ONLINEJUDI BOLA ONLINEJUDI BOLA ONLINEsv388casino onlinespacemanmix parlaysv388casino onlineslot777mix parlaysv388sabung ayam sv388sbobet88 judi bolacasino baccarat onlineslot777hongkong poolsSV388 AGEN SABUNG AYAM ONLINESBOBET88 AGEN JUDI BOLAAGEN LIVE CASINOSITUS SLOT GACOR MAHJONG WAYS 2SV388 AGEN SABUNG AYAM ONLINESBOBET88taruhan bola onlinesv388slot onlineSlot Kakek ZeusAgen Judi BolaSBOBETLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino OnlineSBOBET88Slot Kakek ZeusSLOT THAILANDZEUS SLOTCASINO ONLINEMAHJONG WAYS 2SBOBET88SV388design-agency-zaiscrip.zainikthemes.comdesign-agency-zaiscrip.zainikthemes.comdesign-agency-zaiscrip.zainikthemes.comdesign-agency-zaiscrip.zainikthemes.comhttps://mtsalisrowo.sch.id/mj/https://sfpti.com/ws/https://clearviewwindowcleaningtx.com/shivohamshiv.comyouraflooring.id/wp-includesyouraflooring.id/wp-includesyouraflooring.id/wp-includesSV388Agen Live CasinoSitus Judi BolaSBOBET88live casino onlinesabung ayam onlineagen bolaslot majong wayslive casinosv388sbobet88scatter hitamlive casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaslot zeusSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388https://sttrmk.ac.id/https://motivasiindonesia.com/css/https://motivasiindonesia.com/lib/https://motivasiindonesia.com/arsip/https://eliteclinics.com/SBOBET88Slot Mahjong Ways Fituur Scatter HitamSBOBET88SBOBET88 Situs Judi BolaSabung Ayam Onlinehttps://lavisageqa.com/publik/https://lavisageqa.com/1/https://shopaudioelectronics.com/linux/https://zaeemqatarmarble.com/news/taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/