ডিজিটেল ডেস্কঃ বাক্সাৰ গোৱৰ্দ্ধনা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। গোৱৰ্দ্ধনাৰ হতাপাৰাত আৰক্ষীয়ে খেদি খেদি আটক কৰে এজন ড্ৰাগছ মাফিয়াক।
ধৃত ড্ৰাগছ মাফিয়াজন হতাপাৰাৰ অঞ্চুমান দৈমাৰী।
ড্ৰাগছ মাফিয়াজনৰ পৰা জব্দ ২৫ টা ড্ৰাগছভৰ্তি কন্টেইনাৰ।
সম্প্ৰতি গোৱৰ্দ্ধনা আৰক্ষীৰ জিম্মাত ড্ৰাগছ মাফিয়া অঞ্চুমান দৈমাৰী।
বৰপেটা ৰোডৰ পৰা ড্ৰাগছখিনি লৈ অনা বুলি স্বীকাৰোক্তি ধৃত অঞ্চুমানৰ।
২০২১ চনত ড্ৰাগছৰ ব্যৱসায় কৰি জেলৰ ভাত খাব লগা হৈছিল এইজন অঞ্চুমান দৈমাৰীয়ে।
Leave A Comment