• কেতিয়া অন্ত পৰিব এই সংকটৰ! আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

    আঞ্চলিক
    কেতিয়া অন্ত পৰিব এই সংকটৰ! আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি

    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">ডিজিটেল ডেস্ক
    ; mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">অসমৰ শেহতীয়া বান পৰিস্থিতিত ৪২ লাখতকৈও অধিক লোক
    ক্ষতিগ্ৰস্ত হৈছে৷ আৰু এইপৰ্যন্ত কমেও ৭১জন লোকৰ প্ৰাণহানি হোৱাৰ খবৰ পোৱা গৈছে। কালি
    অসমৰ বান পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিছিল৷ আজি পুনৰ আঠগৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা
    গৈছে৷ আৰু ইয়াৰ লগে লগে বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৭১লৈ বৃদ্ধি পাইছে।



     



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া ক্ষতিৰ
    প্ৰতিবেদন অনুসৰি
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">চলিত বানপানীৰ ফলত
    ৰাজ্যখনৰ মুঠ ৩৩খন জিলা ক্ষতিগ্ৰস্ত হৈছে।
     ইয়াৰ লগতে ৫,১৩৭খন গাঁৱো প্ৰভাৱিত হৈছে৷ আনহাতে ক্ষতিগ্ৰস্ত
    হৈছে ৪২
    ,২৮,১৫৭গৰাকী লোক৷ এইবেলি
    বান ক্ষতিগ্ৰস্ত হৈছে ১
    ,০৭,৩৭০.৪৩ হেক্টৰ কৃষিভূমি৷



     



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">আজিপৰ্যন্ত সকলো ক্ষতিগ্ৰস্ত অঞ্চলত ৭৪৪টা আশ্ৰয় শিবিৰ আৰু
    ৪০৩টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে। মুঠ ১
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">৮৬
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">৪২গৰাকী লোক এতিয়া আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে৷ 



     



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">নেৰানেপেৰা বৰষুণৰ বাবে পৰিস্থিতি অধিক সংকটজনক হৈ পৰিছে আৰু
    অসম চৰকাৰৰ তীক্ষ্ণ নিৰীক্ষণত আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু যিকোনো অবাঞ্ছিত
    প্ৰাণহানি প্ৰতিহত কৰিবলৈ ৰাজ্যজুৰি কেইবাটাও এনডিআৰএফ আৰু এছডিআৰএফ দল মোতায়েন কৰা
    হৈছে।