• হৰমীট সিঙক ডিজিপিৰ অস্থায়ী দায়িত্ব

    আঞ্চলিক
    হৰমীট সিঙক ডিজিপিৰ অস্থায়ী দায়িত্ব
    ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনত অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে ৰাজ্য এৰাৰ পাছত অসম আৰক্ষীৰ নতুন সঞ্চালকপ্ৰধান হিচাপে অস্থায়ীভাৱে বিশেষ সঞ্চালকপ্ৰধান হৰমীট সিঙক দায়িত্ব অর্পণ কৰা হৈছে।অসমৰ গৃহ বিভাগে এক নির্দেশনাযোগে ৰাজ্যৰ পৰৱৰ্তী স্থায়ী ডি জি পি নিযুক্তি প্ৰদান নকৰাপৰ্যন্ত সিঙক ডি জি পিৰ দায়িত্ব পালন কৰিবলৈ দায়িত্ব অর্পণ কৰে। 

    তেওঁ অহা ২৯ জানুৱাৰীত এই দায়িত্ব গ্রহণ কৰাৰ সম্ভাৱনা আছে। কাৰণ সেইদিনাই ডি জি পি জি পি সিঙে অসম এৰাৰ কথা আছে। উল্লেখযোগ্য যে সম্প্ৰতি অসম আৰক্ষীৰ ডি জি পি হিচাপে দায়িত্বত থকা ১৯৯১ বৰ্ষৰ আই পি এছ জি পি সিঙে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্রধান হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁ কেন্দ্রীয় ডেপুটেশ্যনত অসম এৰাৰ পাছত তেওঁৰ স্থানত নতুন ডি জি পিক স্থায়ী দায়িত্ব দিয়াৰ পূৰ্বে এই দায়িত্ব পালনৰ বাবে হৰমীট সিঙক অস্থায়ীভাৱে দায়িত্ব অর্পণ কৰা হয়। 

    উল্লেখযোগ্য যে হৰমীট সিং ১৯৯২ বৰ্ষৰ অসম-মেঘালয় কেদাৰৰ আই পি এছ বিষয়া।তেওঁ সম্প্রতি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধানৰ দায়িত্বত আছে। অসামৰিক প্ৰতিৰক্ষাৰ সঞ্চালকপ্ৰধান আৰু গৃহৰক্ষী বাহিনীৰ অধিনায়কপ্ৰধানৰ দায়িত্বতো থকা সিং বিশেষ সঞ্চালকপ্রধান হিচাপে মুখ্য কার্যালয় আৰু সীমান্ত শাখাৰ দায়িত্বতো আছে। অগ্নিনির্বাপক আৰু জৰুৰীকালীন সেৱাৰ সঞ্চালকৰ দায়িত্বতো আছে হৰমীট সিং।১৯৯২ চনৰ অসম-মেঘালয় কেদাৰৰ আই পি এছ সিঙে ১৯৯৮ চনত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অৱস্থাতে অসমৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনত তেওঁ দিল্লীলৈ গৈছিল। 

    কেইবাবছৰ ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ত কর্মৰত হৰমীট সিঙে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাতো দীর্ঘদিন কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনত অসমলৈ প্ৰত্যাৱৰ্তন কৰা জ্যেষ্ঠ আই পি এছ বিষয়াজনে ২০২১ চনত প্ৰায় ডেৰ বছৰ কাল গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইফালে অসম এৰিবলৈ সাজু হোৱা ডি জি পি জি পি সিঙে অসমৰ অন্তিমটো গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আৱেগিক হৈ পৰে।দুটা দশকতকৈ অধিক সময় অসম আৰক্ষীত সেৱা আগবঢ়াই অহা ২৯ জানুৱাৰীত তেওঁ দিল্লীত চি আৰ পি এফৰ মুৰব্বী হিচাপে যোগদান কৰিব। অসম এৰিবলৈ সাজু হোৱা ডি জি পি সিঙে ৭৬সংখ্যক গণৰাজ্য দিৱসত অসমত মঞ্চত উপস্থিত থকা অন্তিমটো ডাঙৰ পেৰেড কাৰ্যসূচীত অংশ লৈ আৱেগিকভাৱে ২০০০ চনৰ কথা সোঁৱৰণ কৰাৰ লগতে অসমবাসীক সেৱা জনাই বিদায় লয়। 

    তেওঁ কয় যে ২০০০ চনত ৰাজ্যপাল এছ কে সিন্‌হাৰ কাৰ্যকালত প্রথম গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ মঞ্চত উপস্থিত থকাৰ সুবিধা লাভ কৰিছিল। তেতিয়া তেওঁ গুৱাহাটীৰ আৰক্ষী অধীক্ষক আছিল। উল্লেখযোগ্য যে সুদীর্ঘ ২৪ বছৰ অসম আৰক্ষীত সেৱা আগবঢ়োৱা জি পি সিঙে মাজতে ডেপুটেশ্যনত দিল্লীত নিয়া আৰু এছ পি জিতো গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। কা আন্দোলনৰ সময়ত ২০১৯ চনত অসমলৈ ঘূৰি আহি অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। লক্ষণীয় যে তেওঁৰ এই প্ৰত্যাৱৰ্তনৰ সময়তে অসম আৰক্ষীত নতুনকৈ বিশেষ সঞ্চালকপ্ৰধানৰ পদটো সৃষ্টি কৰা হৈছিল।২০২৩ চনৰ ৩১ জানুৱাৰীত তেওঁ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হিচাপে দায়িত্ব গ্রহণ কৰিছিল। তেওঁ অসম আৰক্ষীৰ সংস্কাৰৰ বাবেও বহু কাম কৰিছিল।
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388