ডিজিটেল ডেস্কঃ হোজাইত পুনৰ সংঘটিত হৈছে শিশু নিৰ্যাতনৰ দৰে জঘন্য ঘটনা।
নাবালিকাৰ শৰীৰ স্পৰ্শ কৰাৰ অভিযোগত আৰক্ষীৰ জালত এজন লোক।
দোকানত মচলা আনিবলৈ যোৱা নাবালিকাক অসৎ উদ্দেশ্যে স্পৰ্শ কৰাৰ অভিযোগ উঠিছে বিষ্ণু মণ্ডল নামৰ ষাঠি উৰ্ধৰ এজন লোকৰ বিৰুদ্ধে।
ঘটনা সন্ধৰ্ভত হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ পৰিয়ালৰ।
ইতিমধ্যে হোজাই আৰক্ষীয়ে ব্যক্তিজনৰ বিৰুদ্ধে 347/24 নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।
Leave A Comment