• কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

    আঞ্চলিক
    কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন
    ডিজিটেল ডেস্ক: গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা' উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এক অনুষ্টুপীয়া অনুষ্ঠানত বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকা, 'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা আৰু 'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে উপন্যাসখন উন্মোচন কৰে। 

    ভাষণত বিশিষ্ট ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই কয়- ৰঞ্জিত পাটগিৰি নৱ প্ৰজন্মৰ লেখক। উপন্যাসখনৰ নামটো আকৰ্ষণীয় হৈছে। 'জেওৰা' অসমীয়া গ্ৰাম্য সমাজৰ এটা পৰিচিত নাম। তেওঁ যাতে আগবাঢ়ি যায়, থমকি নৰয় তাৰে আশা কৰিলোঁ। এজন লেখকৰ বাবে ধৈৰ্য, একাগ্ৰতা আৰু সাহসৰ প্ৰয়োজন। নৱপ্ৰজন্মৰ লেখকসকল এনেদৰে আগবাঢ়ি যাওঁক। বহুতে সামাজিক মাধ্যমত গল্প, উপন্যাস লিখে, কিন্তু কিতাপৰ কথা সুকীয়া।  অসমীয়া সাহিত্যত ভাল উপন্যাসৰ প্ৰয়োজনীয়তা আছে। একোটা বঁটা পালে যে উপন্যাসখন ভাল হ'ব তেনে কোনো কথা নাই। বঁটা বাহন নোপোৱা উপন্যাসো পথন যোগ্য হ'ব পাৰে। ৰঞ্জিত পাটগিৰিৰ  কলম যাতে থমকি নৰয় তাৰে আশা কৰিলোঁ।' 

    'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই ভাষণত কয়- 'ৰঞ্জিত পাটগিৰি আমাৰ এজন কনিষ্ঠ সদস্য। সম্প্ৰতি ম'বাইলে সকলো দিশতে গ্ৰাস কৰাৰ সময়ত ৰঞ্জিত পাটগিৰিয়ে ছখন গ্ৰন্থ লিখি উলিয়াইছে। এয়া সঁচাকৈয়ে ভাল লগা কথা। বহুতে কয় যে দিছপুৰ আমাৰ হৃদপিণ্ড। কিন্তু মই ভাবো, দিছপুৰ আমাৰ হৃদপিণ্ড নহয়। দিছ্পুৰত ৰাজনীতিৰ কছৰতহে হয়। আচলতে জাতিৰ হৃদপিণ্ড হৈছে এই পানবজাৰ। পানবজাৰেহে হৃদয়ৰ বাৰ্তা দিয়ে। যেতিয়ালৈকে পানবজাৰ চিৰ যৌৱনা হৈ থাকিব তেতিয়ালৈকে জাতিৰ সমৃদ্ধি হৈ থাকিব,জাতিৰ  শ্ৰীবৃদ্ধি হৈ থাকিব। জেওৰা উপন্যাস খনে ৰঞ্জিতক লিখিবলৈ অধিক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ। জেওৰাৰ জৰিয়তে আমি আমাৰ চৌহদ নিৰাপদ কৰো। তেওঁ অধিক সাহসেৰে আগবাঢ়ি যাওক। ৰঞ্জিত পাটগিৰিৰ জেওৰাই অসমীয়া ভাষা-সাহিত্যৰ বোৱতী সুঁতিক খৰস্ৰোতা কৰাৰ ক্ষেত্ৰত সামান্যতম হ'লেও অৰিহণা যোগাব বুলি আশা কৰিলোঁ।' 
    উক্ত ভাষণত 'দৈনিক জনমভূমি'ৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকনে কয়- ৰঞ্জিত এজন ভাল কবি। 'জেওৰা' অনুসন্ধিসুৎ অসমীয়াৰ এটা চিনাকী নাম। এইখন উপন্যাস সকলোৰে চিনাকী হৈ পৰিব। সৃষ্টি আৰু স্ৰষ্টা স্বতঃস্ফূৰ্তভাবে আহে। ৰঞ্জিতৰ খোজ অতি সবল। তেওঁৰ বহু কবিতা পঢ়িছোঁ।সৰু সৰু চিত্ৰ কল্পৰ মাজেৰে তেওঁ কবিতা লিখে। হৃদয় চুই যাব পৰা ভাষাৰ দখল তেঁওৰ আছে। হৃদয়ক উদ্বেলিয় কৰিব পৰা ভাষাৰ দখল বহুতৰে নাথাকে। এই উপন্যাসখনো তেওঁ চেৰেকী শব্দটোৰে আৰম্ভ কৰিছে। 'জেওৰা' এটা বৰ ভাল লগা শব্দ। 'জেওৰা' স্বচ্ছতাৰ প্ৰতীক। আজিকালি পকী দেৱাল হৈছে। যেতিয়ালৈকে গ্ৰাম্য সমাজত  জেওৰা আছিল তেতিয়ালৈকে ইঘৰ মানুহে সিঘৰৰ চৌহদবোৰ দেখা পোৱা হৈ আছিল। জেওৰা আঁৰৰ মাজেৰেই মানুহে মানুহৰ অন্তৰবোৰ দেখি আছিল। 'জেওৰা' উপন্যাসখনেও মানুহৰ অন্তৰ স্পর্শ কৰক, সকলোৱে আদৰি লওঁক। ৰঞ্জিত পাটগিৰিৰ সৃষ্টি অধিক সুন্দৰ হওঁক তাৰে আশা কৰিলোঁ।' 

    ভাষণত ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰী দেৱেন কলিতাই কয়-আজি সৰু এটা অনুষ্ঠান যদিও খুব ভাল লগা এটা অনুষ্ঠান আমাৰ প্ৰকাশনত অনুষ্ঠিত হ'ল। ৰঞ্জিত পাটগিৰি নৱ প্ৰজন্মৰ এজন ভাল কবি, লেখক । তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।'

    ভাষণত কবি তথা সাংবাদিক ৰঞ্জিত পাটগিৰিয়ে কয়-বিভিন্ন ঘাট-প্ৰতিঘাত,প্ৰেম, বিশ্বাস, সমাজৰ বিভিন্ন দিশ উপন্যাসখনৰ জৰিয়তে দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। উপন্যাসৰ চৰিত্ৰসমূহৰ কথোপকথন কিছু সুকীয়া। পাঠকে ভাল পাব বুলি আশা কৰিছোঁ।গ্ৰাম্য জীৱনৰ পটভূমিত লিখা এই সামাজিক উপন্যাসখন সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ।' ৰাজদ্বীপ মহন্তই আঁতধৰা সভাখনত ৰেখা প্ৰকাশনৰ কৰ্মকতাৰ লগতে সংবাদ-সাহিত্য ক্ষেত্ৰৰে জড়িত কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে পানবজাৰৰ ৰেখা প্ৰকাশনে 'জেওৰা' উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে।
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388Slot Thailandsabung ayam sv388 ws168sbobet88 mix parlayagen resmi casino onlinesitus sabung ayamhttps://ppdb2025.daarurrahmah.com/login/mod_kelas/