ডিজিটেল ডেস্কঃ ৰাজপুৰৰ মহামন্ত্ৰী বিজয়ৰ ধনবোৰ ২৫০ বছৰৰ পাছত আজোনাতি নিৰ্বান আৰু ৰাজকন্যাই কি কৰিলে? আৰু বহুতো ৰাজনৈতিক কথা...
প্ৰাগ ডিজিটেলৰ সম্পাদক তথা লেখক জিতুমণি বৰাৰ এখন নতুন উপন্যাস- ‘পিতৃভূমি’ ৷ দেওবাৰে দিনৰ ১১ বজাত অসম গ্ৰন্থমেলাৰ বাকৰিত আনুষ্ঠানিকভাৱে গ্ৰন্থখনৰ শুভ উন্মোচন হয় ৷
শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে সাংসদ অজিত কুমাৰ ভূঞা,বিধায়ক অখিল গগৈ,দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন,জ্যেষ্ঠ সাংবাদিক ধৈৰ্য হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰে কবি মৃদুল হালৈয়ে। বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিৱাইছে 'পিতৃভূমি' শীৰ্ষক গ্ৰন্থখন।
Leave A Comment