• ন্যায়াধীশ আৰ এন চ্চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

    আঞ্চলিক
    ন্যায়াধীশ আৰ এন চ্চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি

    "Times New Roman";mso-hansi-font-family:inherit;color:#050505;mso-bidi-language:
    AS">ডিজিটেল ডেস্ক: ন্যায়াধীশ ৰশ্মিন মনহৰভাই চ্চায়া হ
    "Times New Roman";mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:
    AS">’
    mso-ascii-font-family:inherit;mso-fareast-font-family:"Times New Roman";
    mso-hansi-font-family:inherit;color:#050505;mso-bidi-language:AS">ব গুৱাহাটী উচ্চ
    ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ৷ ন্যায়াধীশগৰাকীক শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
    মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। ন্যায়াধীশ এন কোটিশ্বৰ সিঙৰ ঠাইত ন্যায়াধীশ
    ৰশ্মিন মনহৰভাই চ্চায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি
    দিয়া হৈছে৷
    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:"Segoe UI";
    color:#050505;mso-bidi-language:AS">

    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:"Segoe UI";
    color:#050505;mso-bidi-language:AS"> 

    "Times New Roman";mso-hansi-font-family:inherit;color:#050505;mso-bidi-language:
    AS">ন্যায়াধীশ চ্চায়াই পূৰ্বতে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ
    কৰিছিল। ন্যায়াধীশ চ্চায়াই ১৯৮৪ চননত গুজৰাটৰ বাৰ কাউন্সিলত এডভোকেট হিচাপে যোগদান
    কৰিছিল আৰু মেচাৰ্ছ ৱাইজে ত্ৰিবেদী
    mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:AS">, inherit;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:inherit;
    color:#050505;mso-bidi-language:AS">ট্ৰেড মাৰ্ক এটৰ্ণী আৰু পূৰ্ণানন্দ আৰু কোম্পানী
    চৰকাৰী ছলিচিটৰৰ কাৰ্যালয়ত যোগদান কৰিছিল।
    mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:AS">

    inherit;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:inherit;
    color:#050505;mso-bidi-language:AS">

    "Times New Roman";mso-hansi-font-family:inherit;color:#050505;mso-bidi-language:
    AS">তাৰ পাছত ১৯৯১ চনত তেওঁ গুজৰাট উচ্চ ন্যায়ালয়ত সহকাৰী চৰকাৰী প্ৰলিডাৰ আৰু অতিৰিক্ত
    ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্ত হয়
    mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:AS">, inherit;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:inherit;
    color:#050505;mso-bidi-language:AS">য
    mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:AS">’ inherit;mso-fareast-font-family:"Times New Roman";mso-hansi-font-family:inherit;
    color:#050505;mso-bidi-language:AS">ত তেওঁ ১৯৯৫ চনৰ মাৰ্চলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
    "Times New Roman";mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:
    AS">

    mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:"Segoe UI";
    color:#050505;mso-bidi-language:AS"> 











    "Times New Roman";mso-hansi-font-family:inherit;color:#050505;mso-bidi-language:
    AS">২০১১ চনৰ ১৭ ফেব্ৰুৱাৰীত তেওঁক গুজৰাট উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে
    নিযুক্তি দিয়া হয় আৰু ২০১৩ চনৰ ২৮ জানুৱাৰীত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিশ্চিত
    কৰা হয়। ১৯৬১ চনৰ ১২ জানুৱাৰীত গুজৰাটৰ ভেৰাভালত জন্ম মনহৰভাই চ্চায়াৰ৷ এল.এ. শ্বাহ
    আইন মহাবিদ্যালয়ত আইনৰ পাঠ শিকিছিল এইগৰাকী জ্যেষ্ঠ ন্যায়াধীশে৷
    "Times New Roman";mso-bidi-font-family:"Segoe UI";color:#050505;mso-bidi-language:
    AS">