• সংকট ঘনীভূত হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ; বিধায়কগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি

    আঞ্চলিক
    সংকট ঘনীভূত হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ; বিধায়কগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কঠোৰ স্থিতি
    ডিজিটেল ডেস্ক: পুনৰ সংকট ঘনীভূত হৈছে বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ৷ 

    বিধায়কগৰাকীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিছে কঠোৰ স্থিতি৷ 

    ন্যায়ালয়ত সোঁশৰীৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে বিধায়কগৰাকীক৷ 

    উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ বিৰুদ্ধে এই নিৰ্দেশ দিয়া হৈছে বিধায়কগৰাকীক৷ 

    ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে মন্তব্য কৰিছিল বৰভূঞাই৷ 

    শিক্ষাগত অৰ্হতাৰ গোচৰ সন্দৰ্ভত মন্তব্য কৰিছিল বৰভূঞাই৷ 

    নিৰ্দেশ নোলাওঁতেই গোচৰৰ পৰা মুক্ত বুলি মন্তব্য কৰিছিল মন্তব্য কৰিমউদ্দিন বৰভূঞাই৷ 

    সামাজিক মাধ্যমত বৰভূঞাই কৰিছিল প্ৰচাৰ৷ সংবাদ মাধ্যমৰ আগতো ভুৱা প্ৰচাৰ চলাইছিল বৰভূঞাই৷