ডিজিটেল ডেস্কঃ লংকাৰ বনবিভাগে কৰিলে এক মহৎ কৰ্ম৷
নামনিমুৱা অমৃতসৰ এক্সপ্ৰেছ ৰে’লৰ মুখৰ পৰা কথমপি এজাক হাতীৰ জীৱন ৰক্ষা কৰিলে লংকাৰ বন বিভাগে৷
কিছুসময়ৰ পূৰ্বে ঘটে এই ঘটনা।
ফোন কৰি, টৰ্চ লাইট জ্বলাই বন বিভাগে ৰখাবলৈ সক্ষম হʼল অমৃতসৰ এক্সপ্ৰেছ ৰেলখনক।
অন্যথা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছিল।
দুদিন পূৰ্বে উক্ত স্থানতে ৰে’লৰ খুন্দাত মৃত্যু হৈছিল এজনী মখনা হাতীৰ।
Leave A Comment