ডিজিটেল ডেস্কঃ লামডিঙত বৃহৎ পৰিমাণৰ গাঁজা জব্দ।
দক্ষিণ লামডিং অঞ্চলত হোজাই আৰক্ষী অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু লামডিং আৰক্ষীৰ যৌথ অভিযানত জব্দ হয় গাঁজাখিনি।
অভিযানত ১৭ কেজি ৩০০ গ্ৰাম নিষিদ্ধ গাঁজা জব্দ।
দুজনক আটক কৰাৰ লগতে তিনিখন স্কুটি জব্দ কৰা হৈছে।
আটক দুইজন হ'ল: অমল দে আৰু সঞ্জিত দে (ধন)।
জব্দকৃত তিনিখন স্কুটিৰ নম্বৰ: AS 31F 1432, AS01DS 6581, AS02AE 1766।
Leave A Comment