• চলাচলৰ অনুপযোগী বাহনৰ গৰাকীলৈ এক সুখবৰ ; সেউজ অসম গঢ়াৰ ক্ষেত্ৰত অন্য এক খোজ মুখ্যমন্ত্ৰীৰ

    আঞ্চলিক
    চলাচলৰ অনুপযোগী বাহনৰ গৰাকীলৈ এক সুখবৰ ; সেউজ অসম গঢ়াৰ ক্ষেত্ৰত অন্য এক খোজ মুখ্যমন্ত্ৰীৰ
    ডিজিটেল ডেস্কঃ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ সেউজ অসম গঢ়াৰ ক্ষেত্ৰত আৰু এটা খোজ ৷ জীৱনৰ অন্ত পৰা অৰ্থাৎ চলাচলৰ অনুপযোগী বাহনৰ গৰাকীলৈ এক সুখবৰ ৷


     “অসম যানবাহন স্ক্ৰেপিং নীতি ২০২২”ৰ এককালীন নিষ্পত্তি ( One time Settlement) প্ৰক্ৰিয়াত যান-বাহনৰ বকেয়াসহ যাৱতীয় কৰৰ মাত্ৰ ২৫% পৰিশোধ কৰিয়ে পথত চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিল কৰিব পাৰিব। অৰ্থাৎ এইক্ষেত্ৰত স্বেচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে বাহনৰ বকেয়াসহ যাৱতীয় কৰৰ ৭৫%লৈকে ৰেহাই পাব। গতিকে পলম কৰাৰ আৰু প্ৰয়োজন নাই। যানবাহন আইন অনুসৰি যিধৰণৰ বাহনেই নহওক লাগিলে আয়ুসকাল শেষ হৈ চলাচলৰ বাবে অক্ষম হোৱাৰ লগে লগে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন  বিভাগত বাহনখনৰ পঞ্জীয়ন বাতিল কৰাটো বাধ্যতামূলক। কিয়নো সঠিকভাৱে পঞ্জীয়ন বাতিল নকৰালৈকে চৰকাৰী তথ্য অৰ্থাৎ “বাহন পৰ্টেল”ত বাহনখন জীৱন্ত হৈ থাকে আৰু বাহনৰ বিপৰীতে দিবলগীয়া যাৱতীয় কৰ-কাটলসমূহ সময়ৰ লগে লগে বৃদ্ধি পাই থাকে। তদুপৰি কৰ-কাটল নিদিয়াকৈ থাকিলে তাৰ বিপৰীতে বিলম্ব জৰিমনাও বাঢ়ি থাকে। ফলত এসময়ত কৰকাটল আৰু বিলম্ব জৰিমনা পৰিশোধ কৰিব নোৱাৰা অৱস্থা হয়গৈ। 

    তদুপৰি সুৰক্ষিত যাতায়াতৰ বাবেও সময়মতে কৰ পৰিশোধ কৰি বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰখাটো বাঞ্ছনীয়। অন্যথা এনে বাহন ক’ৰবাত দুৰ্ঘটনাত পতিত হ’বলগীয়া হ’লে তৃতীয় পক্ষৰ যদি কিবা ক্ষতি হয় তেন্তে চৰকাৰ বা বীমা কোম্পানীৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ নাপাব। সেয়ে সুৰক্ষিত যাতায়াত আৰু অসমক এখন যানবাহন প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত চলাচলৰ অনুপযোগী বাহনৰ পঞ্জীয়ন বাতিলৰ কাৰণে শীঘ্ৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পঞ্জীয়ন বিভাগত আবেদন কৰক ৷ এই আহ্বান পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ। 

    উল্লেখ্য যে, পঞ্জীয়ন বাতিলৰ কাৰণেই চৰকাৰে বৰ্তমান সময়ত বাহনৰ বকেয়া কৰৰ ৭৫%লৈকে ৰেহাই দিছে অৰ্থাৎ মাত্ৰ ২৫% কৰ পৰিশোধ কৰিলেই বাহনখনৰ পঞ্জীয়ন পত্ৰ বাতিল হ’ব। তদুপৰি গৰাকীয়ে তেওঁৰ বাহনৰ পঞ্জীয়ন বাতিলৰ প্ৰমানপত্ৰখন পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং কেন্দ্ৰ (Registered Vehicle Scrappage Facility)ত জমা দি স্ক্ৰেপৰ বাবে আবেদন জনালে সেই বাহনৰ বিপৰীতে তেওঁ এখন জমাকৰনৰ প্ৰমাণপত্ৰ (Certificate of deposit) লাভ কৰিব। 

    বাহন স্ক্ৰেপিঙৰ পিছত সেই প্ৰমানপত্ৰৰ জড়িয়তে তেওঁ নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক ১৫ বছৰলৈ ২৫শতাংশ কৰ ৰেহাই আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আগন্তুক ৮বছৰলৈ ১৫ শতাংশ কৰ ৰেহাই লাভ কৰিব ৷ তদুপৰি স্ক্ৰেপিঙৰ আগত বাহনখন পৰি থকা ঠাইডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধিৰ লগতে মাটিৰ উৰ্বৰা শক্তিয়ো বৃদ্ধি পাব । ইয়াৰ উদেশ্যই হৈছে  চলাচলৰ বাবে অনুপযোগী বাহনসমূহ পথৰ পৰা নাইকিয়া কৰি প্ৰাকৃতিক ভাৰসাম্যতা তথা পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি অসমক যানবাহন প্ৰদূষণমুক্ত তথা সেউজ ৰাজ্য হিচাপে গঢ়ি তোলা ৷ সকলো শ্ৰেণীৰ যানবাহনৰ গৰাকীৰ সুবিধা হোৱাাকৈ এই এককালীন নিষ্পত্তি প্ৰক্ৰিয়া (One Time Settlement)ৰ সময়সীমা চলিত বৰ্ষৰ ৩১মাৰ্চলৈকে থাকিব ৷ 

    সেয়েহে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থান অথবা পথৰ কাষত বিশৃংখলভাৱে পেলাই থোৱা চলাচলৰ অনুপযোগী তথা পৰিৱেশৰ অনিষ্টকাৰী বাহনসমূহৰ পঞ্জীয়ন বাতিল কৰি পৰ্যায়ক্ৰমে সেইসমূহ নিৰ্মূল কৰি অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ বাহনৰ গৰাকীৰ প্ৰতি অনুৰোধ জনাইছে । এই বিশেষ সুবিধা গ্ৰহণ কৰি অহা ৩১ মাৰ্চৰ ভিতৰত বাহনৰ সকলো নথিপত্ৰ সঠিক কৰাৰ লগতে সুৰক্ষিত যাতায়াতৰ অংশীদাৰ হ’বলৈ তেওঁ সকলো শ্ৰেণীৰ বাহনৰ গৰাকীলৈ সবিনয়ে আহ্বান জনাইছে। 
    slot thailandslot gacorsabung ayam onlinesabung ayam onlinesabung ayam onlineslot thailandlive casino onlinehttps://ecosukces.pl/slothttps://delalibera.com.br/indojawa88sv388agen bolasabung ayam onlinesabung ayam onlinelive casino onlinesabung ayam onlinelive baccaratsipardikemenaglebongtppkk bitunggs hospitalsarwadharma hospital gwlpeasant farmersppdb yayasan pendidikan assalamgoji berryhttps://www.undp.or.id/https://mtsmathlaulanwarputat.sch.id/https://www.smpn2karangsambung.sch.id/slot gacorhttps://ociterrasus.com/https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://yplppgrikabbogor.com/https://smkveterancirebon.sch.id/https://www.min2jember.sch.id/https://sditfatahillahskh.sch.id/https://ichisultra.or.id/https://banggaiemas.org/https://www.man1acehbarat.sch.id/https://lib.stishusnulkhotimah.ac.id/https://www.stieyapismerauke.ac.id/https://stechdigitalsolutions.com/https://webzsparkle.com/SBOBET88indopromaxindopromaxindopromaxindopromaxindopromaxLIVE CASINO ONLINESABUNG AYAM ONLINESLOT777AGEN BOLASV388Live Casino Onlinehttps://sfpti.com/ws/https://clearviewwindowcleaningtx.com/live casino onlinesabung ayamsbobetscatter hitamlive casino onlinesabung ayam onlinejudi bolaSBOBETSABUNG AYAM ONLINESBOBETSABUNG AYAM ONLINESBOBETSLOT ONLINEJUDI BOLA ONLINESV388LIVE CASINO ONLINESBOBETSABUNG AYAM ONLINESLOT THAILANDLIVE CASINO ONLINEsv388sbobet88casino onlinescatter hitamsv388mix parlay sbobetlive casino onlinezeus slotindopromaxindopromaxindopromaxindopromaxSITUS LIVE CASINOSITUS SABUNG AYAMSITUS SLOT THAILANDSITUS JUDI BOLAhooplaboratory.comwww.quantum.uawww.intens.czcasino onlinemahjong wayssbobetsv388taruhan bola onlinesv388slot onlinesabung ayam onlinejudi bola sbobetcasino onlinesv388sbobet88https://putrimas.com/user/kasir/https://putrimas.com/user/fungsi_admin/https://putrimas.com/user/ccg/https://putrimas.com/user/ssd/https://www.smkn1sorong.sch.id/login/icon/https://www.smkn1sorong.sch.id/assets/absen/https://www.smkn1sorong.sch.id/css/bost/https://www.smkn1sorong.sch.id/tracer/absen/https://www.smkn1sorong.sch.id/js/script/sbobet88sabung ayam onlinelive casino onlinesabung ayam onlineagen bolaslot gacorwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.ai-xperience.idwww.technotronixs.comwww.technotronixs.comwww.technotronixs.comwww.technotronixs.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.commitrakaryaprima.comSV388SLOT ZEUSSBOBET88CASINO ONLINESV388SBOBET88CASINO ONLINE/a>SLOT THAILANDcasino onlinesabung ayam onlinejudi bola online/a>mahjong waysSV388SCATTER HITAMSBOBET88CASINO ONLINESBOBET88LIVE CASINO ONLINEBANDAR303 TOGELSBOBET88https://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://apelphotography.comhttps://web1giay.comhttps://powerhouse.qahttps://deskzai.zainikthemes.comhttps://ramasari.desa.idhttps://ramasari.desa.idhttps://ramasari.desa.idagen judi bolaLive Casino Onlinesabung ayam onlineSlot Mahjong WaysJUDI BOLA ONLINESABUNG AYAM ONLINESBOBET88SLOT88SABUNG AYAM ONLINEmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netmotivatorindonesia.netaugrammepres-dijon.frwww.epona-patrimoine.frbourgognemobility.comcsnuiton.frsabung ayam sv388sbobet88 mix parlayagen resmi casino onlineslot777 mahjong waysbandar toto online resmisv388sbobet88demo slot gacorsabung ayam onlinesabung ayam onlineagen casinoindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxindopromaxSabung AyamSabung AyamSBOBETLive CasinoSV388Mix ParlayAgen Casinobemko.plschelinger.euSABUNG AYAM ONLINEKAKEK ZEUS GACORJUDI BOLA ONLINESABUNG AYAM ONLINEJUDI BOLA ONLINEMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMAHJONG WAYSMahjong WaysLive Casino Onlinecasino onlineslot zeusjudi bolasv388https://demo-hris.prodak.id/css/https://demo-hris.prodak.id/arsip/https://demo-hris.prodak.id/lib/https://demo-hris.prodak.id/core/https://pipdbk.logiaedu.com/css/https://pipdbk.logiaedu.com/file/https://pipdbk.logiaedu.com/lib/https://pipdbk.logiaedu.com/arsip/SBOBET88 kw : sbobet88Live CasinoSlot Mahjong Ways Server ThailandSBOBET88Live CasinoSV388Situs Mahjong Wayscasino onlinesv388sv388sv388sv388