• চাৰি বছৰত অসমক কেন্দ্ৰৰ ৪৪ কোটি বান সাহায্য; প্ৰদ্যুৎ বৰদলৈয়ে উন্মোচন কৰিলে কেন্দ্ৰীয় চৰকাৰৰ অসমপ্ৰীতি

    আঞ্চলিক
    চাৰি বছৰত অসমক কেন্দ্ৰৰ ৪৪ কোটি বান সাহায্য; প্ৰদ্যুৎ বৰদলৈয়ে উন্মোচন কৰিলে কেন্দ্ৰীয় চৰকাৰৰ অসমপ্ৰীতি

    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">ডিজিটেল ডেস্ক: বছৰৰ দ্বিতীয়টো বানত ডুবিছে অসম৷ কালিপৰ্যন্ত
    বান আৰু ভূমিস্খলনত অসমত মৃত্যু হৈছে ১২১গৰাকী লোকৰ৷ আক্ৰান্ত হৈছে ২৫ লক্ষাধিক লোক৷
    বানৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে অসম চৰকাৰ ব্যস্ত হৈ পৰিছে ৰেডিশ্বন ব্লুত বাহৰ পতা
    মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ আতিথ্যত৷

    এই অভিযোগত ইতিমধ্যে উত্তাল হৈছে অসমৰ ৰাজনীতি৷
    কেন্দ্ৰই অসমৰ বান পৰিস্থিতিক লৈ পুনৰ এবাৰ প্ৰবঞ্চনা কৰাৰ অভিযোগ উঠিছে৷ প্ৰধানমন্ত্ৰী
    অথবা কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধিয়েই অসমৰ বান পৰিস্থিতিৰ বুজ ল
    বলৈ নহাত সমালোচিত
    হৈছে বিজেপি দল আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰ৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অসমপ্ৰীতিৰ স্বৰূপ উন্মোচন কৰিলে
    এগৰাকী সাংসদে৷ নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে উদঙাই দেখুৱালে কেন্দ্ৰীয় চৰকাৰৰ
    বঞ্চনাৰ আন এখন ছবি৷ 
    এক ছচিয়েল মিডিয়া পোষ্টত সদৰী কৰা অনুসৰি সাংসদ বৰদলৈয়ে কালি ভাৰত
    চৰকাৰৰ জলশক্তি বিভাগৰ শীৰ্ষ আমোলা এগৰাকীৰ পৰা অসমত এইবছৰ বানে প্ৰলয়ংকাৰী ৰূপ লোৱাত
    বিভাগটোৱে তাৎক্ষণিকভাৱে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে নেকি জানিব বিচাৰিছিল৷  বৰদলৈৰ প্ৰশ্নত বিষয়াগৰাকীয়ে কয়
    , বানতো অসমত প্ৰতি
    বছৰেই হয়
    , ইয়াত নতুনকৈ কি কৰিবলগীয়া
    আছে !



    mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">তেওঁ কয়
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">সংসদত দিয়া তথ্যমতেই
    বিগত চাৰি বছৰত ( ২০১৮-২০২২) কেন্দ্ৰীয় চৰকাৰে অসমক বান আদিৰ বাবে
    NDRF mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ৰ শিতানত মাত্ৰ ৪৪.৩৭
    কোটি টকাহে মুকলি কৰি দিছে। 
    এই সম্পৰ্কত কালি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে
    প্ৰদ্যুৎ বৰদলৈয়ে৷




    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">সাংসদ বৰদলৈয়ে বছৰে বছৰে বান বিধ্বস্ত অসমক পুনৰ্নিমাণ কৰিবৰ
    বাবে কেৱল আৰ্থিক অনুদান দিয়াই নহয়
    , mso-ascii-theme-font:minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:
    minor-latin;mso-bidi-language:BN">অসমৰ দুৰ্যোগৰ সুদুৰপ্ৰসাৰী প্ৰশমণৰ বাবে এক সামগ্ৰিক
    পৰিকল্পনাৰো প্ৰয়োজন থকা বুলি উল্লেখ কৰে৷ বছৰেকীয়া বান আৰু গোটেইবছৰ ধৰি চলা নদীপাৰৰ
    খহনীয়াক অসমৰ বাবে এটা অতি গুৰুতৰ সমস্যা বুলি উল্লেখ কৰি এই সমস্যা অসম চৰকাৰে অকলে
    ৰোধ কৰাতোও সম্ভৱ নহয় বুলি দোহাৰে৷



    minor-latin;mso-hansi-font-family:Calibri;mso-hansi-theme-font:minor-latin;
    mso-bidi-language:BN">কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এই চাঞ্চল্যকৰ তথ্যৰ পাছতেই এতিয়া
    ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ সাংসদ বৰদলৈৰ এই তথ্যৰ উত্তৰ এতিয়া অসম
    চৰকাৰে কেনেকৈ দিয়ে
    , mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">সেয়াহে হ
    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">ব লক্ষ্যণীয়৷

    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">

    mso-ascii-font-family:Calibri;mso-ascii-theme-font:minor-latin;mso-hansi-font-family:
    Calibri;mso-hansi-theme-font:minor-latin;mso-bidi-language:BN">