ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলংত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল টাটা মোবাইল গাড়ী।
দুৰ্ঘটনাগ্ৰস্ত টাটা মোবাইল গাড়ীখনৰ নম্বৰ হৈছে AS -09C -8521
দুৰ্ঘটনাত আহত হৈছে আঠজন ব্যক্তি।
আহত কেইজন হৈছে আজগৰ আলী, টুনটুন ভগত, মানচুক আলী, সাছউদিন, অভি উদ্দীন, গোবিন্দ চৌধুৰী, আলী আকবৰ আৰু আবেয়া বেগম।
আহতৰ ভিতৰত চাৰি গৰাকীৰ অৱস্থা সংকটজনক।
Leave A Comment